• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ বিশ্ববিদ্যালয় ৰক্ষাৰ আন্দোলনক সমৰ্থন দিবলৈ অসমৰ ৰাইজলৈ বিশিষ্ট ‎ব্যক্তিৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 4:09 pm
143
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ ‎আন্দোলনক সমৰ্থন জনাই অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱীয়ে ৰাইজক সক্ৰিয় সমৰ্থন ‎আগবঢ়াবলৈ আহ্বান জনাইছে।

তেওঁলোকৰ মূল দাবীসমূহ হৈছে— দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ কৰা, দুৰ্নীতিৰ তদন্ত ‎কৰা, আৰু এখন পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচিত ছাত্ৰ সংসদ গঢ়ি তোলা।

Apply Now

বিবৃতিটোত কোৱা হৈছে , “তেজপুৰ বিশ্ববিদ্যালয় অসমৰ জাতীয় সম্পদ। অসমৰ ৰাইজৰ ত্যাগৰ ‎বিনিময়ত এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছে। কিন্তু উপাচাৰ্য শম্ভুনাথ সিঙৰ ভয়ংকৰ দুৰ্নীতি আৰু ‎জালিয়াতিৰ বাবে বিশ্ববিদ্যালয়খন আজি ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে। ইয়াৰ বিৰুদ্ধে ‎বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী একেলগে মাৰ বান্ধি ওলাই আহিছে।”

বিশিষ্ট ব্যক্তিসকলে আঙুলিয়াই দিছে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰ লগত অসমৰ ৰাজহুৱা ‎শিক্ষা আৰু জাতীয় সম্পদ ৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় জড়িত হৈ আছে। তেওঁলোকে অভিযোগ কৰে ‎যে বৰ্তমানৰ চৰকাৰে শৈক্ষিক প্ৰশাসনৰ কোনো জ্ঞান নথকা অযোগ্য আৰু আত্মগৰ্বী মানুহক ‎বিশ্ববিদ্যালয়ৰ দৰে উচ্চস্তৰৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ শীৰ্ষ পদত নিযুক্তি দি অসমৰ শিক্ষা-‎সংস্কৃতিক ৰসাতললৈ নি আছে।

বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে, “ৰাইজৰ নি:স্বাৰ্থ সবল প্ৰতিবাদেহে এই উদ্বেগজনক ঘটনাৰ ‎অৱসান ঘটাব পাৰে।” সেয়েহে, তেওঁলোকে অশেষ কষ্টৰ বিনিময়ত চলাই নিয়া আন্দোলনৰ প্ৰতি ‎পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে অসমৰ ৰাইজলৈ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান ‎জনায়।”

এই আহ্বান জনোৱা বিশিষ্ট ব্যক্তিসকল হৈছে, ড° হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা, জন ইংতি ‎কাথাৰ, মনোৰমা শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, কল্যাণী বৰুৱা, প্রদীপ বৰুৱা, প্রণৱ তালুকদাৰ, মাধুৰিমা ‎চৌধুৰী তালুকদাৰ, ৰবীন দত্ত, প্ৰণৱ জ্যোতি ডেকা, ইন্দ্রানী দত্ত, শান্তনু বৰঠাকুৰ, পৰেশ মালাকাৰ, ‎মহাদেব পূজাৰী, মইনা গোস্বামী, সুৰেশ কলিতা, হীৰেন বৰা, ভবেন বৰা, ৰশ্মি গোস্বামী, শান্তিকাম ‎হাজৰিকা, দিলীপ বৰা, জুনু বৰা, অসমী গগৈ, দেৱেন তামুলী, কে. পি. শৰ্মা, দীপক গোস্বামী, বিক্রম ‎হান্সে, প্রণৱ দলে, সুব্ৰত তালুকদাৰ আৰু শংকৰ শইকীয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd