• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সমাজ সংগঠক, ভাৰতীয় ৰে’ল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2021 1:47 pm
Rabindra Ch Baruah
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’ল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ শনিবাৰে পুৱা গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটে। কিছুদিন ধৰি অসুস্থ হৈ থকা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫বছৰ।

মহানগৰীৰ ৰুক্মিনী নগৰৰ নামঘৰ পথ নিবাসী বিশিষ্ট নাগৰিক বৰুৱা ১৯৬০ চনৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ এলাইড চাৰ্ভিছত উত্তীৰ্ণ হৈ ভাৰতীয় ৰে’লৰ গাণনিক সেৱাত যোগদান কৰিছিল।

ভাৰতীয় সংযুক্ত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰুৱা উত্তৰ-পূবৰ প্ৰথম চামৰ বিষয়াসকলৰ মাজৰ অন্যতম আছিল।

Apply Now

ৰতলাম, গোৰখপুৰ, মালিগাঁও, ৰে’লৱে বোৰ্ডকে ধৰি ভাৰতীয় ৰে’লৱে সেৱাৰ বিভিন্ন স্থানত শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৭২ চনত ভাৰতীয় ৰে’লৱেৰ কম্পিউটাৰাইজড মেনেজমেন্টৰ প্ৰশিক্ষণৰ বাবে জাৰ্মানীলৈ ডেপুটেশ্যনত যোৱা প্ৰথম চাম বিষয়াৰ মাজৰ অন্যতম আছিল ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা।

তেওঁ IRCON ৰ বিত্ত সঞ্চালক হিচাপেও সেৱা আগবঢ়াইছিল। বৰুৱা এগৰাকী অত্যন্ত ক্ৰীড়ানুৰাগী ব্যক্তি আছিল আৰু তেওঁ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া বোৰ্ডৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি, তেওঁ বিআৰপিএলৰ বিত্ত প্ৰৱন্ধক আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মুখ্য গাণনিক বিষয়া তথা বিত্তীয় সদস্য হিচাপেও সেৱা আগবঢ়াইছিল।  

ৰে’ল সেৱাৰ চাকিৰত বহুতো অসমীয়া যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ক্ষেত্ৰতো বৰুৱাই সহায় কৰিছিল।

বৰুৱাই তেওঁ সেৱা আগবঢ়োৱা ৰে’লৱে প্ৰতিষ্ঠানত অসমীয়া সংস্কৃতিক তুলি ধৰাত অত্যন্ত আগ্ৰহী আছিল। তেওঁ মালিগাঁৱৰ বিহু উদযাপনৰ সৈতেও জড়িত আছিল।

সামাজিক দায়বদ্ধতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বৰুৱাই ৰঙিয়াৰ এপ’ল উদ্যোগকো নেতৃত্ব দিছিল আৰু বহুতো স্থানীয় উদ্যোগীক আত্মসংস্থাপনত সহায় কৰিছিল।

প্ৰয়াত বৰুৱা ১৯৯৪ চনত  দিল্লীৰ আছাম এছ’চিয়েশ্যনৰ সভাপতিও আছিল।

মৃত্যুৰ সময়ত বৰুৱাই তেওঁৰ পত্নী গীতাশ্ৰী, কন্যা অলকানন্দা আৰু পুত্ৰদ্বয় অতীন্দ্ৰ আৰু অমিতক ইহ সংসাৰত এৰি থৈ গৈছে।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd