DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 3, 2021 3:12 pm
255
VIEWS
Share on FacebookShare on Twitter

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক!

এই বিস্ফোৰক অভিযোগ তুলিছে খানাপাৰাস্থিত পৰিবহন ভৱনৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিয়ে।

পৰিবহন বিভাগৰ অতিৰিক্ত আয়ুক্ত সাদনেক সিঙৰ হাতত প্ৰহৃত হৈছিল পঞ্জীয়ক প্ৰদীপ সেনাপতি।

সামান্য অজুহাততে অতিৰিক্ত আয়ুক্ত গৰাকীয়ে পঞ্জীয়ক গৰাকীক শাৰীৰিক প্ৰহাৰ কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে কাৰ্য্যালয়ৰ আন আন কৰ্মচাৰীৰ লগতে দল সংগঠন।

বহিৰাগত IAS বিষয়াৰ দপ দপনি নচলিব বুলি হুংকাৰ বিভিন্ন দল সংগঠনৰ। দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল খানাপাৰাৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়।

Also Read: caretaker arrested উপকাৰীক অজগৰে খায়! এইবাৰ টিয়কত ‘কেয়াৰ টেকাৰে&; ঘটালে অঘটন

যোৱা সোমবাৰে সংঘটিত হৈছিল এই ঘটনা। তথা কালিৰে পৰা কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘট কৰিছে সকলো কৰ্মচাৰীয়ে।
পঞ্জীয়ক গৰাকীয়ে উচিত ন্যায় পোৱাৰ দাবী সকলোৰে।

ইপিনে, অতিৰিক্ত আয়ুক্ত ডঃ সাদনেক সিঙৰ বিৰুদ্ধে পঞ্জীয়ক গৰাকীয়ে বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।

ইপিনে, এই অভিযোগ উত্থাপিত হোৱাৰ পাছৰে পৰা কাৰ্য্যালয়লৈ অহা নাই এইগৰাকী অতিৰিক্ত আয়ুক্ত।

Also Read: বাকযুদ্ধৰ পৰিল ইতি! কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ তৃণমূল কংগ্ৰেছৰ নেতাৰ

Recent News

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd