DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি-চাৰি মাহে দিয়া নাই পাৰিতোষিক; টীয়কত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ফকলেন জব্দ কৰ্মচাৰীৰ

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
March 1, 2022 7:52 am
Faukland vehicle seized.pngby workers

ফটো: নৰ্থইষ্ট নাও।

174
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত তথা জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপঠিকা লাভ কৰা ভি এছ ডি ইনফ্ৰা নামৰ এটি প্ৰতিষ্ঠানৰ এখন ফকলেন প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীয়ে টীয়কৰ তেল ডিপুৰ সমীপত সোমবাৰে জব্দ কৰে।

জানিব পৰা মতে ভি এছ ডি ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত স্থানীয় কৰ্মচাৰীসকলক যোৱা তিনি-চাৰি মাহে প্ৰতিষ্ঠানটোৱে পাৰিতোষিক প্ৰদান কৰা নাই।

প্ৰতিষ্ঠানটোৱে লগতে জাঁজী দলঘৰৰ পৰা ডিমৌ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সম্প্ৰসাৰণৰ কামো বন্ধ ৰাখিছে।

কিন্তু কাম বন্ধ ৰখাৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলক দা- দৰমহা নিদি আজি কিছুদিনৰ পৰা শিৱসাগৰৰ ভেলাগুৰিস্থিত কেম্পৰ পৰা তেওঁলোকৰ সামগ্ৰীসমূহ মনে মনে লৈ গৈছে।

লগতে পঢ়ক: শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰি অনা আহত নাহৰফুটুকীৰ পোৱালীৰ মৃত্যু

এনেদৰে সোমবাৰে এখন ফকলেন লৈ যাবলৈ ধৰাত প্ৰতিষ্ঠানটোত দৰমহা নোপোৱাকৈ কাম কৰি থকা একাংশ কৰ্মচাৰীয়ে টীয়কৰ কলিয়াপানীত ফকলেনখন জব্দ কৰি পুনৰ কেম্পলৈ ঘূৰাই নিয়াৰ চেষ্টা চলায়।

কৰ্মচাৰীসকলে লগতে প্ৰাপ্য অনাদায় দৰমহা নিদিয়া পৰ্যন্ত কোনো সামগ্ৰী কেম্পৰ পৰা লৈ যাব নোৱাৰিব বুলি প্ৰতিষ্ঠানটোক সকীয়াই দিয়ে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd