• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুৰা নিষিদ্ধ ৰাজ্যৰ বিধান সভা চৌহদতে উদ্ধাৰ সুৰাৰ বটল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2021 3:03 pm
Bihar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত নিষিদ্ধ কৰা হৈছে সুৰাৰ প্ৰচলন, অথচ ৰাজ্যৰ বিধানসভা চৌহদতে উদ্ধাৰ সুৰাৰ বটল!

এই ঘটনা সংঘটিত হৈছে বিহাৰত। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে ৰাজ্যখনত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সপক্ষে প্ৰতিশ্ৰুতি লোৱাৰ ঠিক এদিন পিছতে মঙলবাৰে বিহাৰ বিধানসভা চৌহদত উদ্ধাৰ হয় কেইবাটাও খালী সুৰাৰ বটল।

Apply Now

ঘটনাটোক গৰিহণা দি বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পদত্যাগ কৰিবলৈ দাবী জনায়। লগতে ৰাজ্যখনত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ দাবী তোলে যাদৱে।

তেজস্বী যাদৱে কয়, “এইটো এটা গুৰুতৰ বিষয়, ৰাজ্যজুৰি সুৰাৰ বটল পোৱা গৈছে। সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব লাগে।”

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, “এয়া অতি গুৰুতৰ বিষয়। এটা অনুসন্ধান কৰাটো গুৰুত্বপূৰ্ণ। যদি অধ্যক্ষই অনুমতি দিয়ে তেন্তে আমি মুখ্য সচিব আৰু ডিজিপিক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিব পাৰোঁ।”

বিহাৰৰ নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ বিধায়কসকলে নীতিশ কুমাৰৰ সুৰা নিষিদ্ধকৰণৰ সিদ্ধান্তৰ সপক্ষে সমৰ্থনৰ ঠিক এদিন পিছতে খালী সুৰাৰ বটলবিলাক পোৱা গৈছে।উল্লেখ্য যে বিধায়কসকলে সোমবাৰে ৰাজ্যজুৰি সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰাৰ ৰাজ্য চৰকাৰৰ পদক্ষেপক সমৰ্থন কৰাৰ বাবে সৰ্বসন্মতভাৱে সংকল্প লৈছিল।

বিধানসভা অধিৱেশনৰ আৰম্ভণিৰ দিনা বিৰোধীয়ে নীতিশ কুমাৰ চৰকাৰক ৰাজ্যত সুৰা মাফিয়াক নিয়ন্ত্ৰণ কৰাত বিফল হোৱাৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লয়।

সুৰা নিষিদ্ধকৰণক কেৱল চমক বুলি অভিহিত কৰি তেজস্বী যাদৱে কয় যে নীতিশ কুমাৰৰ আৰক্ষীয়ে কেৱল সুৰা গ্ৰাহকসকলক গ্ৰেপ্তাৰ কৰি আছে, আনহাতে সুৰা মাফিয়াসকল যিসকল প্ৰকৃত অপৰাধী তেওঁলোকে মুক্তভাৱে ঘূৰি ফুৰিছে।

ৰকেৱলাজ্য চৰকাৰৰ সোপাঢিলা নীতিৰ ফলত দৰিদ্ৰ গাওঁবাসীয়েহে হয় মৃত্যুমুখত পৰিছে বা গ্ৰেপ্তাৰ হৈছে বুলি তেওঁ অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd