• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিকেট খেলি থাকোঁতে লুটি খাই পৰি কৰুণ মৃত্যুক সাৱটিলে ২১ বছৰীয়া যুৱকে, দেখি স্তম্ভিত সকলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 10:32 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলেজ চৌহদত সহপাঠীৰ সৈতে ক্ৰিকেট খেলি আছিল ২১ বছৰীয়া যুৱকজনে। খেলাৰ মাজতে ঘটিল অঘটন। হঠাৎ যুৱকজন মাটিত লুটি খাই পৰিল। তাৰ পিছত আৰু কোনো সঁহাৰি পোৱা নগ’ল।

কলেজৰ খেলপথাৰত ক্ৰিকেট খেলি থাকোঁতে মৰ্মান্তিক পৰিণতি ঘটিল এগৰাকী ছাত্ৰৰ। হাৰ্ট এটেকত আক্ৰান্ত হৈ সাৱটিলে মৃত্যুক।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত। আৰক্ষীয়ে জনোৱা মতে মৃত ছাত্ৰজনৰ নাম বিনয় কুমাৰ।

তেওঁ খাম্মাম জিলাৰ বাসিন্দা আছিল। চি এম আৰ ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্ষৰ বি টেকৰ ছাত্ৰ। শুকুৰবাৰে সন্ধিয়া হায়দৰাবাদৰ মেডচাল অঞ্চলত চিএমআৰ ইঞ্জিনিয়াৰিং কলেজৰ উদ্যোগত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাতেই ঘটনাটো সংঘটিত হৈছিল।

সেইদিনা বিনয় বন্ধুৰ সৈতে ক্ৰিকেট খেলাত ব্যস্ত আছিল। ফিল্ডিং কৰি থাকোঁতে হঠাতে মুখ উবুৰি খাই পৰে। সহপাঠীসকল খৰধৰকৈ দৌৰি ওচৰলৈ আহে। কলেজৰ অধ্যাপকসকলও খৰধৰকৈ বিনয়ক খেলপথাৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।

কিন্তু তাত তততাতয়াকৈ উপস্থিত হোৱাৰ পিছতো শেষৰক্ষা নহ’ল। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসকে লগতে জনায় যে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে।

A 21 year old BTech student died, allegedly due to a heart attack, while playing cricket with friends at CMR college's ground in Medchal. #Hyderabad @XpressHyderabad pic.twitter.com/GZbuGBjQZc

— Revanth Chithaluri (@iRe1th) April 5, 2025

এগৰাকী প্ৰতিভাৱান ছাত্ৰৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়াল আৰু কলেজৰ সহপাঠীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। কম বয়সতে হাৰ্ট এটেকত আক্ৰান্ত হৈ ছাত্ৰগৰাকীৰ মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd