DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাৰ পৰা ভাষণ “ফেইচবুক লাইভ” কৰা মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে তদন্ত!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2020 7:45 pm
Himanta Biswa Sarma
5.8k
VIEWS
Share on FacebookShare on Twitter

১৩ জানুৱাৰিত অনুষ্ঠিত বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ত নিজৰ ভাষণ ফেইচবুক লাইভ কৰা মন্ত্ৰী হিমন্তৰ কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে অধ্যক্ষ হিতেন গোস্বামীয়ে।

মন্ত্ৰীজনে কালি বিশেষ অধিৱেশনত বিভিন্ন বিষয় সামৰি দীঘলীয়া উদাত্ত ভাষণ দিছিল আৰু সেয়া ফেইচবুক লাইভ কৰিছিল।

নিয়মমতে, বিধানসভাৰ কাৰ্য্যসূচী কোনেও ফোনত ৰেকৰ্ডিং কৰিব নোৱাৰে। আনকি ম’বাইল ফোন ছুইচ্ছ অন অৱস্থাত লগত ৰাখিবও নোৱাৰে।

পূৰ্বে এবাৰ বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামীয়ে এনে নকৰিবলৈ সকীয়নিও দিছিল বিৰোধী বিধায়কক।

কিন্তু শাসক দলৰ বিধায়ক তথা ক্ষমতাশালী মন্ত্ৰী হোৱা বাবেই হিমন্তই বিশ্ব শৰ্মাই নিয়ম-নীতিলৈ “কেয়াৰ” নকৰাকৈ নিজৰ ভাষণ বিধানসভাৰ মজিয়াৰ পৰাই লাইভ দিয়ে।

আনকি মন্ত্ৰীজনে নিজৰ ভাষণ লাইভ দিয়া হ’ব বুলি ফেইচবুকত কালি আগতীয়াকৈ এটা ঘোষণাও দিয়ে।

এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামে মন্ত্ৰীজনৰ এই ধৃষ্টতাৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়ে।

আনহাতে কংগ্ৰেছ দলৰ বিধায়ক ৰকিবুল হুছেইনে বিধানসভাৰ অধ্যক্ষৰ পৰা জানিব বিচৰাত কয়, ইতিমধ্যে মন্ত্ৰীজনৰ এই কাণ্ডৰ তদন্ত কৰাৰ সিদ্ধান্ত কৰা হৈছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd