• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগতে ভাৰতখনৰ সীমা? এইবাৰ ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2020 1:09 pm
Bhabendra Nath Saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰখ্যাত ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি উপস্থাপন কৰিবলৈ ওলাইছে EPIC Channel নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা হিন্দী টিভি চেনেলে।

চেনেলটোৰ এটা জনপ্ৰিয় প্ৰগ্ৰাম Epic Icons-ত অসমৰ যশস্বী সাহিত্যিক, নাট্যকাৰজনৰ জীৱন সম্পৰ্কীয় এটা দৰ্শনী প্ৰদৰ্শন কৰা হ’ব।

Apply Now

কিন্তু চেনেলটোৱে ইয়াৰ এটা টুইটত অসমৰ প্ৰয়াত লেখকজনৰ বিষয়ে বিৱৰণ দিওঁতে তেওঁ বেংগালীত লেখা-মেলা কৰা বুলিহে মন্তব্য কৰে।

চেনেলটোৱে লিখিছে,  “#EPICIcon #BhabendraNathSaikia has written a remarkable collection of essays and children’s books in Bengali. He was honoured with the Sahitya Akademi Award and the Padma Shri for his contribution to literature.”

এই বিভ্ৰান্তিকৰ টুইটটো দৃষ্টিগোচৰ হোৱাৰ পিছত অসমৰ জ্যেষ্ঠ সাংবাদিক আৰু এজন ছবি নিৰ্মাতা উৎপল বৰপূজাৰীয়ে চেনেলটোক সমালোচনা কৰে আৰু ভুলটো দেখুৱাই দিয়ে।

বৰপূজাৰীয়ে নিজৰ টুইটটোত কয়, “বংগ পাৰ হৈও অসম বুলি এখন ঠাই আছে আৰু অসমীয়া বুলি এটা ভাষা আছে, যিটো বাঙালী নহয়”।

তাৰোপৰি বৰপূজাৰীয়ে এইদৰেও কয়, “আমি অসমীয়াসকলে বাঙালী সাহিত্য আৰু চিনেমা ভাল পাওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে এজন প্ৰখ্যাত অসমীয়া লেখক-চিনেমা নিৰ্মাতাক বাঙালী বুলি ক’ব পাৰে”।

বৰপূজাৰীৰ উপৰি বহুসংখ্যকে চেনেলটোৰ ভুল আঙুলিয়াই দি তাৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাই টুইটৰ ৰিপ্লাই দিছে।

https://twitter.com/EpicChannelIn/status/1230337283309654018

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰিত নগাৱঁত জন্মগ্ৰহণ কৰা ভৱেন্দ্ৰ নাথ শইকীয়াই অসমীয়া সাহিত্য আৰু চিনেমা জগত তথা নাট্য জগতলৈ অনবদ্য অৱদান আগ বঢ়াই গৈছে।

খুব উচ্চ মানৰ উপন্যাস, নাটক, গল্প লিখা প্ৰয়াত শইকীয়াই ১৯৭৬ চনত সাহিত্য একাডেমি লাভ কৰিছিল।

২০০৩ চনৰ ১৩ আগষ্টত শইকীয়াৰ মৃত্যু হয়। তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল।

প্ৰসংগ ক্ৰমে ক’ব পাৰি যে অসমৰ প্ৰখ্যাত দৌৰৰাণী হিমা দাসকো বংগৰ কন্যা হিচাপে পৰিচয় দি বাতৰি কৰিছিল কলকাতাৰ আগ শাৰীৰ সংবাদ প্ৰতিষ্ঠানে, যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd