• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ সমাধান, বাট-পথ নিৰ্মাণৰ দাবীত এ জে ৱাই চি পিৰ মানৱ শৃংখল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 15, 2020 7:55 pm
Erosion by Burhidihing: AJYCP protests demanding solution

মানৱ শৃংখলৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে বুধবাৰে এক নং টকলং গাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ লগতে মধুপুৰ, নিম গাওঁ, টকলং, সৰ্বোদয়, কুমচাই, ঘৰফলীয়া, পাংচোন গাওঁকে ধৰি সকলো জৰাজীৰ্ণ বাট-পথ নিৰ্মাণ কৰাৰ দাবী জনায়।

সংগঠনটোৱে অভিযোগ কৰে যে অঞ্চলসমূহত বান-গৰাখহনীয়াৰ ফলত বহুজনৰ খেতিপথাৰৰ লগতে বহু সম্পত্তি বিনষ্ট হৈ আহিছে।

Apply Now

তাৰোপৰি জৰাজীৰ্ণ বাট-পথৰ ফলত এম্বুলেঞ্চ এখনো সেই পথবিলাকত সোমাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় বুলি উল্লেখ কৰি আগন্তুক বিধান সভা নিৰ্বাচনৰ আগতে সেয়া সমাধান কৰিবলৈ দাবী জনাইছে।

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত টিৰাপ আৰু মাকুম মৌজাৰ একাংশ গাঁ‌ৱত অব্যাহত থকা বুঢ়ীদিহিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই নৈপৰীয়াবাসীলৈ দুৰ্যোগ নমাই আনিছে।

তিনিচুকীয়া জিলাৰ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্যতম এক জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়া সমস্যা।

পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসন কালত মাৰ্ঘেৰিটা সমষ্টিবাসীয়ে জনপ্ৰতিনিধিৰ পৰা পালে মাত্ৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি।

মাত্ৰ নিৰ্বাচনৰ সময়ত সমষ্টিবাসীলৈ মনত পৰা মাৰ্ঘেৰিটাৰ তদানীন্তন কংগ্ৰেছ বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটাৰ উন্নয়ন মাত্ৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ ৰাখি বুঢ়ীদিহিং নদীৰ খহনীয়াৰ দৰে জ্বলন্ত সমস্যা এটাক সমাধানটো নকৰিলেই আৰু সমাধান কৰাৰ ক্ষেত্ৰত কোনো আগ্ৰহেই নেদেখুৱালে বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে অভিযোগ কৰিছে।

আনহাতে বিজেপি দলৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়েও সাংসদৰ দায়িত্বভাৰ লৈয়েই মাৰ্ঘেৰিটা সমষ্টিটোৰ স্পৰ্শকাতৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সমষ্টিবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু তেৱোঁ আজিপৰ্যন্ত কিন্ত মাটি-ভেটি সুৰক্ষাৰ ভাবুকিস্বৰূপ গৰাখহনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্বই প্ৰদান নকৰিলে বুলি অভিযোগ তুলিছে যুৱ ছাত্ৰ পৰিষদে।

ইফালে বিভিন্ন সময়ত অঞ্চলবাসীয়ে বহুবাৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক অঞ্চলটোৰ স্পৰ্শকাতৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে দাবী জনাই আহিছে যদিও বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd