• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত হ’ব গুৱাহাটীস্থিত ই এছ আই হাস্পাতাল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 9, 2024 3:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ই এছ আই চি মেডিকেল কলেজলৈ উন্নীত হ’ব গুৱাহাটীৰ বেলতলাস্থিত আদর্শ ই এছ আই চি হাস্পতাল।  এইখনেই হ’ব উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ই এছ আই চি মেডিকেল কলেজ।

মঙলবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শ্রম মন্ত্রী মনসুখ মাণ্ডভিয়াই।

Apply Now

নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৯৪ সংখ্যক ই এছ আই চিৰ বৈঠকত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উক্ত বৈঠকত ই এছ আই চিৰ অধীনত দেশত মুঠ দহখন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ সিদ্ধান্ত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, ইতিমধ্যে আৰম্ভ কৰা হৈছে মেডিকেল কলেজখনৰ আন্তঃগাঠনিৰ কাম। এই হাস্পাতালখন মেডিকেল কলেজলৈ উন্নীত হ’লে ব্যক্তিগত খণ্ডত কৰ্মৰত নিম্ন মধ্যবিত্তীয় পৰিয়াল সমূহে বিশেষভাবে উপকৃত হ’ব বুলি ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd