• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদৰ নৈতিকতা সমিতিৰ পৰামৰ্শ: খাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2023 10:08 pm
Mahua Moitra
1.2k
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ সদস্য পদ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ মহুৱা মৈত্ৰই। সূত্ৰ অনুসৰি, সংসদৰ নৈতিকতা সমিতিয়ে মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্যপদ খাৰিজ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

নৈতিকতা সমিতিয়ে লগতে এই বিষয়ত ৫০০ পৃষ্ঠাজোৰা প্ৰতিবেদন প্ৰস্তুত কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদনত সমগ্ৰ বিষয়টোৰ ওপৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত আইনী তদন্তৰ বাবে কেন্দ্ৰক নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিছে।

মৈত্ৰৰ বিৰুদ্ধে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত নৈতিকতা সমিতিয়ে যোৱা ২ নৱেম্বৰত সাংসদগৰাকীক সোধা পোছা কৰিছিল।

তৃণমূল সাংসদগৰাকীয়ে ব্যৱসায়ী দৰ্শন হীৰানন্দনীৰ নিৰ্দেশত আৰু তেওঁৰ পৰা উপঢৌকন লৈ আদানী গোট আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এই অভিযোগক অৱশ্যে স্পষ্টভাৱে অস্বীকাৰ কৰিছে মহুৱা মৈত্ৰই। ইফালে, ২ নৱেম্বৰত সংসদৰ নৈতিকতা সমিতিয়ে সোধ-পোছৰ সময়ত অশ্লীল প্ৰশ্ন কৰা বুলি অভিযোগ তুলিছিল মৈত্ৰই।

এতিয়া, নৈতিকতা সমিতিয়ে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজৰ বাবে পৰামৰ্শ দিয়া বুলি সূত্ৰই প্ৰকাশ কৰাৰ পিছতে ব্যাপক ৰাজনৈতিক জল্পনা-কল্পনাৰ উদ্ভৱ হৈছে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd