• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুটিন বিৰোধী নাভালনিক বিশেষ প্ৰজাতিৰ ভেকুলীৰ বিষ দি হত্যা? সৰৱ ৪ ইউৰোপীয় দেশ, ক’ত আছে ডাৰ্ট ফ্ৰগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 8:17 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলেক্সি নাভালনিক আৰ্কটিক পেনাল কলনীত কাৰাবন্দী কৰা হৈছিল। মূলতঃ তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কঠোৰ বিৰোধী হিচাপে বিশ্ববাসীৰ পৰিচিত আছিল। পুটিনৰ সমালোচক নাভালনিয়ে ৰাছিয়াত ক্ৰেমলিন বিৰোধী প্ৰতিবাদেৰে ধুমুহাৰ সৃষ্টি কৰিছিল। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল। পিছত তেওঁক জালিয়াতিৰ অভিযোগত ১৯ বছৰৰ কাৰাদণ্ড বিহা হয়। ২০২৪ চনত কাৰাগাৰতে মৃত্যু হৈছিল নাভালনিৰ।

ৰাছিয়াই দাবী কৰিছে যে স্বাভাৱিক কাৰণতে নাভালনিৰ মৃত্যু হৈছিল। কিন্তু ২০২৬ চনত ইউৰোপৰ ৪খন দেশে বিস্ফোৰক দাবী কৰিছে যে নাভালনিক বিশেষ প্ৰজাতিৰ ভেকুলী ‘ডাৰ্ট ফ্ৰগ’ৰ বিষেৰে হত্যা কৰা হৈছে। ইউৰোপৰ এই ৪খন দেশে ৰাছিয়ালৈ আঙুলি টোৱাইছে।

Apply Now

২০২৪ চনত ৪৭ বছৰীয়া আলেক্সি কাৰাগাৰত থকাৰ সময়তে কাৰাগাৰৰ ভিতৰত খোজ কাঢ়ি আছিল। খোজ কাঢ়ি থাকোঁতে হঠাতে তেওঁৰ অসুস্থ অনুভৱ কৰে। বুকুত হাত থৈ মাটিত ঢলি পৰে। এখন এম্বুলেন্স আহে যদিও আলেক্সিক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। এই তথ্য সেই সময়ত ৰাছিয়াই প্ৰকাশ কৰিছিল। এতিয়া ব্ৰিটেইন, ফ্ৰান্সকে ধৰি ইউৰোপৰ চাৰিখন দেশে নাভালনিক বিষাক্ত কৰা বুলি দাবী কৰিছে।

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ‘আমি জানো যে ৰাছিয়া ৰাষ্ট্ৰই এতিয়া নাভালনিৰ বিৰোধিতাৰ ভয়ত এই মাৰাত্মক বিষ দি হত্যা কৰা হৈছিল।’ এই দেশসমূহে তেওঁলোকৰ যৌথ বিবৃতিত কয় যে, ‘ৰাছিয়াৰ হাতত এই বিষ ব্যৱহাৰ কৰাৰ সামৰ্থ্য, উদ্দেশ্য আৰু সুযোগ আছিল।’

ব্ৰিটিছ বৈদেশিক সচিব ইভেট কুপাৰে কয়, ‘ৰাছিয়াই নাভালনিক ভাবুকি হিচাপে চাইছিল। এই ধৰণৰ বিষ ব্যৱহাৰ কৰি ৰাছিয়া ৰাষ্ট্ৰই নিজৰ হাতত থকা ঘৃণনীয় অস্ত্ৰ আৰু ৰাজনৈতিক বিৰোধিতাৰ প্ৰতি থকা অদমনীয় ভয় প্ৰদৰ্শন কৰিছে।’

নাভালনিৰ পত্নীয়ে কয়, ‘দুবছৰ আগতে মই ইয়ালৈ মঞ্চত আহি কৈছিলো যে ভ্লাদিমিৰ পুটিনে মোৰ স্বামীক হত্যা কৰিছিল। মই একেবাৰে নিশ্চিত আছিলো যে সেয়া হত্যা… কিন্তু সেই সময়ত এইটো কেৱল কথাৰ কথা হৈ থাকিল। কিন্তু আজি এই শব্দবোৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত তথ্য হৈ পৰিছে।’

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০২০ চনত নাভালনিক বিষ প্ৰয়োগ কৰা হৈছিল, যাৰ বাবে তেওঁ ক্ৰেমলিনক দোষাৰোপ কৰিছিল।

জনা যায় যে ‘এপিবাটিডিন’ ‘ডাৰ্ট ফ্ৰগ’ বা বিশেষ প্ৰজাতিৰ এই ভেকুলীৰ পৰা পোৱা যায়। আৰু এই ভেকুলী দক্ষিণ আমেৰিকাত পোৱা যায়। এসময়ত এই প্ৰজাতিৰ ভেকুলীটোক ‘বিষাক্ত ভেকুলী’ বুলিও কোৱা হৈছিল। মধ্য আমেৰিকাৰ কিছুমান ঠাইতো এই বিষাক্ত ভেকুলী পোৱা যায়। তথ্য অনুসৰি বেছিভাগ বিষাক্ত ‘ডাৰ্ট ফ্ৰগ’ (ভেকুলী) উজ্জ্বল ৰঙৰ, সম্ভাৱ্য চিকাৰীসকলক সতৰ্ক কৰিবলৈ এপ’চেমেটিক পেটাৰ্ণ (সতৰ্কতামূলক ভংগী) প্ৰদৰ্শন কৰে। ইহঁতৰ মূল বাসস্থান হৈছে দক্ষিণ আৰু মধ্য আমেৰিকাৰ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd