• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দহিকাটা সংৰক্ষিত বনাঞ্চলত চলিছে ব্যাপক উচ্ছেদ অভিযান; প্ৰায় ১১৪৩ বিঘা ভূমি বেদখলমুক্তৰ লক্ষ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 11:58 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা ৭ বজাৰ পৰা গোৱালপাৰা জিলাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। এইক্ষেত্ৰত জিলা প্ৰশাসনৰ সম্পূৰ্ণ সাজু হৈ অভিযানত নামিছে। প্ৰায় ১১৪৩ বিঘা বেদখল কৰা বনাঞ্চলৰ ভূমিক বেদখল মুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰি কৈছিল যে ৯ আৰু ১০ নৱেম্বৰ দুদিন এই অভিযান অব্যাহত থাকিব। তাৰপিছতে আৰম্ভ কৰা হৈছে এই অভিযান।

Apply Now

এই উচ্ছেদ অভিযানত ২০খনতকৈও অধিক এক্সকেভেটৰ নিয়োগ কৰা হৈছে। আনহাতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষী আৰু কমাণ্ডোকে ধৰি ৯০০ৰো অধিক কৰ্মীয়ে এই অভিযান চোৱাচিতা কৰি আছে।

কৰ্তৃপক্ষই বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বাস কৰা ৭০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লৈছে, যিটো যোৱা কিছু বছৰত অসমৰ অন্যতম উল্লেখযোগ্য বনাঞ্চল বেদখলমুক্ত অভিযান।

ইপিনে, উচ্ছেদৰ পূৰ্বেই কেইবাটাও পৰিয়ালে নিজৰ ঘৰ-বাৰী নিজেই ভাঙি নিবলৈ আৰম্ভ কৰিছে। গাঁৱৰ মানুহে টিনৰ চালিৰ ঘৰ ভাঙি খৰখেদাকৈ সামগ্ৰী আঁতৰাই নিয়াও দেখা গৈছে।

বাসিন্দাসকলৰ একাংশই এই উচ্ছেদক অমানৱীয় বুলি অভিহিত কৰি ভৱিষ্যত অনিশ্চয়তাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰে স্থানান্তৰ বা পুনৰ্বাসনৰ পৰিকল্পনা নকৰাৰ অভিযোগ তুলি শিশুসকলে বিদ্যালয় এৰিবলৈ বাধ্য হ’ব পাৰে বুলিও শংকা প্ৰকাশ কৰে।

চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ অফিচিয়েল ফেচবুক পেজত মাজ নিশাৰ লাইভত উচ্ছেদৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দোহাৰি স্থগিত ৰখাৰ জল্পনা-কল্পনাক নাকচ কৰে। তেওঁ কৈছিল, ‘কিছুমান গোটে উচ্ছেদ অভিযান বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। “তেওঁলোকে এসময়ত অসমক আন এখন নেপাললৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু আমি অসমক নেপাল হ’বলৈ নিদিওঁ, আৰু উচ্ছেদ বন্ধ নহ’ব।”

অভিযোগ অনুসৰি, গোৱালপাৰাৰ দক্ষিণ খণ্ডৰ কাষৰীয়া দহিকাটা সংৰক্ষিত বনাঞ্চলত বিগত দশকত ক্ৰমাগতভাৱে বেদখল চলি আহিছে। কৰ্তৃপক্ষই কয় যে এই অভিযানৰ লক্ষ্য হৈছে অসম বন বিভাগৰ দীৰ্ঘম্যাদী সংৰক্ষণ পৰিকল্পনাৰ অধীনত পৰিৱেশ ভাৰসাম্য পুনৰুদ্ধাৰ আৰু সংৰক্ষিত বনাঞ্চলৰ সীমা শক্তিশালী কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd