DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

পুনৰ বিপদত ইমৰান খান: উপহাৰ হিচাপে পোৱা অলংকাৰ ১৮ কোটি টকাত বিক্ৰীৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2022 11:51 am
Probe against Imran Khan
257
VIEWS
Share on FacebookShare on Twitter

বিপদে লগ নেৰা হৈছে পাকিস্তানৰ বিদায়ী প্ৰধানমন্ত্ৰী ইমৰান খানক। কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত হোৱাৰ পিছতে এইবাৰ আন এটা অভিযোগত তদন্তৰ সন্মুখীন হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি পাকিস্তানৰ শীৰ্ষ অনুসন্ধানকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে তেওঁৰ কাৰ্যকালত উপহাৰ হিচাপে লাভ কৰা এডাল ব্যয়বহুল নেকলেস ৰাজ্যিক উপহাৰ ভঁৰালত জমা কৰাৰ পৰিৱৰ্তে ১৮ কোটি টকাত এখন জুৱেলাৰীত বিক্ৰী কৰাৰ অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

পাকিস্তানৰ স্থানীয় সংবাদ সংস্থা ট্ৰিবিউন বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি খানে উপহাৰ হিচাপে লাভ কৰা নেকলেসডাল ৰাজ্যিক উপহাৰ ভঁৰাললৈ প্ৰেৰণ কৰা নাছিল।

ইয়াৰ পৰিৱৰ্তে প্ৰাক্তন বিশেষ সহায়ক জুলফিকাৰ বুখাৰীৰ সহায়ত লাহোৰৰ এখন জুৱেলাৰীত ১৮ কোটি টকাত বিক্ৰী কৰিছিল।

পাকিস্তানৰ আইন অনুসৰি, ৰাজ্যিক বিষয়াসকলে কোনো বিশিষ্ট ব্যক্তিৰ পৰা লাভ কৰা উপহাৰ ৰাজ্যিক উপহাৰ ভঁৰালত দাখিল কৰিব লাগে। অৱশ্যে উপহাৰটোৰ মূল্যৰ আধা পৰিমাণৰ মূল্য দান কৰি তেওঁলোকে এই উপহাৰ লগত ৰাখিব পাৰে।

কিন্তু যোৱা সপ্তাহত সংসদত অনাস্থা ভোটত পৰাজিত হোৱা ইমৰান খানে উপহাৰ বিক্ৰী কৰি পোৱা ১৮ কোটি টকাৰ মাত্ৰ কেইলাখমান টকাহে ৰাষ্ট্ৰীয় কোষাগাৰত জমা দিছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd