• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাবিৰ মাজত থকা চুলাই মদৰ ঘাটি উৎখাত আবকাৰী বিভাগৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 12, 2019 10:14 pm

1 min read

FB_IMG_1568285889281

ফটো : নৰ্থ-ইষ্ট নাও

240
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ সদৰ আবকাৰী বিভাগে ডিমৌ আৰক্ষীৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

শিৱসাগৰ আবকাৰী পৰিদৰ্শক অৰুণজ্যোতি ভৰালী আৰু ডিমৌ থানৰ ভাৰপ্ৰাপ্ত বিষয়া চি শ্যামৰ নেতৃত্বত আবকাৰী বিভাগ আৰু আৰক্ষীৰ এটা দলে ডিমৌ ৰাজহ চক্ৰৰ অধীনৰ ধ্যান গাঁও, কছাৰীপথাৰ, ধ্যান গেলাদৈ, পালেঙ্গী ১০ নং লাইন আদি অঞ্চলত অভিযান চলায় প্ৰায় ৫০০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰি দিয়ে।

সুৰাৰ অবৈধ বেহা চলাই থকা ব্যৱসায়ী সকলে হাবিৰ মাজত, ঘৰৰ বাৰীত গাত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অবৈধ চুলাই মদখিনি।

উল্লেখ্য যে জিলাখনত সময়ে সময়ে মদৰ ঘাটিত অভিযান চলোৱাৰ লগতে লালি গুড়ৰ গুদামতো তালাচী চলায় জব্দ কৰিছিল বৃহৎ পৰিমাণৰ লালি গুড়।

কিন্তু দৈনিক নতুন নতুন স্থানত চুলাই মদ প্ৰস্তুতৰ ঘাটি স্থাপন কৰি এচাম অসাধু ব্যৱসায়ীয়ে চলাই আহিছে অবৈধ চুলাই মদৰ ব্যৱসায়।

আবকাৰী বিভাগ আৰু আৰক্ষীক নিয়মীয়াকৈ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই দোষীক শাস্তি বিহিবলৈ আহ্বান জনাছে ডিমৌবাসীয়ে।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd