• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী প্ৰেছ ক্লাবত নিতুপৰ্ণ ৰাজবংশীৰ ডিজিটেল কাৰ্টুন প্ৰদৰ্শনী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2018 10:50 pm

1 min read

Nituparna Rajbongshi
462
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাবত আজি ৰাজ্যৰ অগ্ৰণী তথা সক্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ নিৰ্বাচিত কাৰ্টুনৰ এক ডিজিটেল প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা এঘণ্টা জোৰা এই কাৰ্য্যসূচীত প্ৰেছ ক্লাবৰ সদস্য শ্ৰী ৰাজবংশীয়ে নিজৰ ৬০ৰো অধিক নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে বিগত প্ৰায় ২০ বছৰ ধৰি কাৰ্টুনৰ চৰ্চা চলাই অহা ৰাজবংশীয়ে অনুষ্ঠানত তেওঁৰ কাৰ্টুনসমূহৰ সম্পৰ্কে চমূকৈ আলোচনাও কৰে।

ৰাজ্য তথা দেশৰ বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, পাৰিৱেশিক বিষয়ক লৈ সামাজিক মাধ্যম, কাকত-আলোচনী, ৱেবচাইট আদিত প্ৰকাশিত এই কাৰ্টুনসমূহৰ সৃষ্টিৰ আঁৰৰ পটভূমি, কলা-কৌশল আদি সম্পৰ্কে ৰাজবংশীয়ে উপস্থিত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে।

আনহাতে অনুষ্ঠানটোৰ আঁত ধৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক শ্ৰী নৱ ঠাকুৰীয়াই গুৱাহাটী প্ৰেছ ক্লাব শেহতীয়াকৈ ক্লাবৰ সদস্যসকলৰ সৃজনীশীল কৰ্মৰাজিক নিয়মীয়াকৈ প্ৰেছ ক্লাবত প্ৰদৰ্শন কৰিবলৈ লোৱাৰ পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd