• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক নিৰ্বাচনী সমীক্ষা: কোন ৰাজ্যত কাৰ চৰকাৰ?

উত্তৰ প্ৰদেশ, মণিপুৰত বিজেপি, পাঞ্জাৱত আপৰ চৰকাৰৰ সম্ভাৱনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 7, 2022 8:17 pm
ছবি ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

ছবি ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ প্ৰাক নিৰ্বাচনী সমীক্ষা আজি প্ৰকাশ পাইছে।

দেশৰ কেইবাটাও নিৰ্বাচনী সমীক্ষাকাৰী সংস্থাই কৰা সমীক্ষাত দেশৰ কেইবা খনো ৰাজ্যত বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত দিয়াৰ লগতে পঞ্জাৱত ৰাজনৈতিক পট পৰিৱৰ্তনৰ ছবি দাঙি ধৰা হৈছে।

Apply Now

উল্লেখ্য পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব। অৱশ্যে ভোটাৰসকলে এক্সিট প’লবোৰে কি কয় তাৰ প্ৰতি আগ্ৰহেৰে লক্ষ্য ৰাখি আহিছে। প্ৰায় ভাগ সংশ্তাৰ এক্সিট প’লৰ সমীক্ষা অনুসৰি পঞ্জাৱৰ ১১৭ খন আসনৰ ভিতৰত আম আদমী পাৰ্টীয়ে ৭৬-৯০ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে ।

পঞ্জাৱত আপে ভোটৰ সৰ্বাধিক অংশ ৩৯ % লাভ কৰিব বুলি অনুমান কৰা হৈছে। তাৰ পিছত কংগ্ৰেছে ২৬.৭% ভোট লাভ কৰিব। আকালি দলেও এই নিৰ্বাচনত ২০.৭% ভোট লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে এবিপি নিউজ – চিভোটাৰ এক্সিট পোলৰ ফলাফলে এই কথা কৈছে।

উত্তৰ প্ৰদেশত বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে হ’ব ক্ষমতা দখলৰ প্ৰধান যুঁজ খন । বিভিন্ন প্ৰাক নিৰ্বাচনী সমীক্ষাই তাৰেই ইংগিত দিছে।

প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত পুনৰ একক সংখ্যাগৰিষ্ঠাতাৰে চৰকাৰ গঠন কৰিব বিজেপি দলে। উত্তৰ প্ৰদেশ সন্দৰ্ভত বিভিন্ন সংস্থাই চলোৱা প্ৰাক নিৰ্বাচনী সমীক্ষা এনে ধৰণৰ—

উত্তৰ প্ৰদেশ
ইণ্ডিয়া টিভি—
বিজেপি- ২১১-২২৫
সমাজবাদী পাৰ্টী- ১৪৬-১৬০
বহুজন সমাজবাদী পাৰ্টী- ১৪-২৪
কংগ্ৰেছ- ৪-৬

ৰিপাব্লিক টিভি –
বিজেপি- ২৬২-২৭৭
সমাজবাদী পাৰ্টী- ১১৯-১৩৪
বহুজন সমাজবাদী পাৰ্টী- ৭-৯
কংগ্ৰেছ- ৩-৮
অন্যান্য- ২-৬

প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত বিজেপি মিত্ৰজোঁটে ২৪২ খন আসন,সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটে ১৪০ খন আসন,কংগ্ৰেছে০৪খন আসন,বহুজন সমাজবাদী পাৰ্টীয়ে ১৫খন আসন,অন্যান্যই ০২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

এবিপি নিউজৰ জনমত জৰীপ অনুসৰি উত্তৰাখণ্ডৰ ৭০ খন আসনৰ ভিতৰত বিজেপিয়ে ২৬ ৰ পৰা ৩২ খন আসন লাভ কৰিব পাৰে, কংগ্ৰেছে প্ৰায় ৩২ ৰ পৰা ৩৮ খন আসন লাভ কৰিব পাৰে। আম আদমী পাৰ্টীয়ে (আপ) ০-২ খন আসন লাভ কৰিব পাৰে। বিএছপিকে ধৰি আনসকলে ৩ ৰ পৰা ৭ খন আসন লাভ কৰিব পাৰে। বিএছপিয়ে ৩ খন আসন লাভ কৰিব পাৰে।

এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি গোৱাত বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনাই অধিক। ৪০ জনীয়া গোৱা বিধানসভাত

 


গোৱা
বিজেপি ১৩-১৭
কংগ্ৰেছ ১২-১৬
তৃণমূল কংগ্ৰেছ ৫-৯
অন্যান্য ০-২
উত্তৰাখণ্ড
কংগ্ৰেছ ৩২-৩৮
বিজেপি ২৬-৩২
আপ ০-২
অন্যান্য ৩-৭

 


পঞ্জাৱ
মিত্ৰজোঁটৰ আসন
আপ ৫১-৬১
কংগ্ৰেছ ২২-২৮
এছএডি+ ২০-২৬
বিজেপি+ ৭-১৩

জি নিউজ-ডিজাইন বক্সড এক্সিট পোল অনুসৰি মণিপুৰত বিভিন্ন দলে লাভ কৰিব পৰা আসনৰ সংখ্যা এনেধৰণৰ—


মণিপুৰ
বিজেপি ৩২-৩৮
কংগ্ৰেছে ১২-১৭
এনপিএফ ৩-৫
এনপিপি ২-৪
অন্যান্য ২-৫

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd