• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ ফুলিব পদুম : এগজিট প’লে আউল লগাইছে বিৰোধীৰ অংকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:41 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পুনৰ চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে। আজি সন্ধ্যা ৬.৩০ বজাত প্ৰকাশ হৈছে কেইবাটাও ৰাজনৈতিক সংস্থা আৰু সংবাদ প্ৰতিষ্ঠানৰ এগজিট প’ল।

শেহতীয়া এগজিট প’লৰ (Exit Poll) ফলাফল অনুসৰি, অসমত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত।

Apply Now

এক্সিছ-মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি ১২৬ খন আসনৰ ভিতৰত ফলাফল এনেধৰণৰ হ’ব পাৰে – বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৮৮ – ১০০ খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব ২৪ – ৩৬ খন আসন।

জেভিচিৰ সমীক্ষা মতে, বিজেপি মিত্ৰজোঁটে ৮৮-১০১ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৩ – ৩৩ খন আসন আৰু অন্যান্য দলে ২-৫ খন আসন লাভ কৰিব।

পি মাৰ্কৰ সমীক্ষা অনুসৰি, বিজেপি মিত্ৰজোঁটে ৮২-৯৪ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ৩০ – ৪০ খন আসন আৰু অন্যান্য দলে ১-৫ খন আসন লাভ কৰিব।

প’ল অৱ ইগজিট প’লছৰ তথ্য অনুসৰি , বিজেপি মিত্ৰজোঁটে ৮৮ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৭ খন আসন আৰু অন্যান্য দলে ৬ খন আসন লাভ কৰিব।

মেট্ৰিজৰ সমীক্ষা মতে, বিজেপি মিত্ৰজোঁটে ৮৫-৯৫  খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৫- ৩৫ খন আসন আৰু অন্যান্য দলে ৬-১২ খন আসন লাভ কৰিব।

পিপুলছ পালছৰ সমীক্ষা অনুসৰি, বিজেপি মিত্ৰজোঁটে ৬৮-৭২ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২২– ২৬ খন আসন আৰু অন্যান্য দলে ৭-১৫ খন আসন লাভ কৰিব।

প’ল ডায়েৰীৰ মতে, বিজেপি মিত্ৰজোঁটে ৮৬-১০১ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ১৫ –২৬ খন আসন আৰু অন্যান্য দলে  ৩-৭ খন আসন লাভ কৰিব।

প্ৰতিদিন টাইমৰ এগজিত প’ল অনুসৰি, বিজেপি মিত্ৰজোঁটে ৮২-৯১ খন, কংগ্ৰেছ মিত্ৰজোঁটে ২৮-৩৯ খন আৰু
অন্যান্য দলে ২-৬ খন আসন লাভ কৰিব।

উল্লেখ্য যে যোৱা ৯ এপ্ৰিলত অসমৰ ১২৬ টা সমষ্টিত একেটা পৰ্যায়তে ভোটগ্ৰহণ সম্পন্ন হৈছিল। এইবাৰ ৰাজ্যখনত ভোটাৰৰ উপস্থিতি আছিল অভিলেখ সৃষ্টিকাৰী (৮৫.৩৮ শতাংশ), যিয়ে নিৰ্বাচনী ফলাফলক লৈ ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে।

অহা ৪ মে’ত ভোটগণনাৰ পাছতহে স্পষ্ট হ’ব যে এগজিট প’লৰ এই ভৱিষ্যদ্বাণী কিমান দূৰ ফলিয়াই আৰু অসমৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd