• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিমবংগত কাৰ চৰকাৰ? এক্সিট প’লৰ সমীক্ষাত নাই ‘পৰিৱৰ্তনৰ’ ইংগিত!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 8:37 am
2021_4$2021042919374331801_0_news_large_8
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সচেতন ৰাজনৈতিক মহলৰ দৃষ্টি এতিয়া নিৱদ্ধ পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলৰ ওপৰত। কিয়নো বিজেপিয়ে এইবাৰ বংগ জয়ৰ বাবে সৰ্বাত্মক শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল।

অহা ২ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব যদিও আঠটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যখনৰ ভৱিষ্যত চৰকাৰ সম্পৰ্কত ইংগিত দাঙি ধৰিছে দেশৰ বিভিন্ন সমীক্ষাই।

Apply Now

এই সমীক্ষাসমূহে দৰাচলতে পশ্চিমবংগত পুনৰ মমতা বেনাৰ্জীৰ তৃণমূল চৰকাৰ গঠনৰে ইংগিত দাঙি ধৰিছে।

ৰাজ্যখনৰ এইবাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কে এবিপি-চি ভোটাৰ সমীক্ষাই দাঙি ধৰা সম্ভাৱনা হৈছে:-

১৫২ –১৬৪ খন আসন পাব পাৰে তৃণমূল কংগ্রেছে
১০৯ –১২১ খন আসন পাব পাৰে বিজেপিয়ে
১৪-২৫খন আসন পাব পাৰে সংযুক্ত মর্চাই
অন্যান্যসকলক কোনো আসন দিয়া হোৱা নাই।

সেইদৰে টাইমছ নাও-চি ভোটাৰৰ সমীক্ষাই দাঙি ধৰা সম্ভাৱনা হৈছে এনে ধৰণৰ:-

তৃণমূলে পাব পাৰে ১৫৮ খন আসন
বিজেপি পাব পাৰে ১১৫খনআসন
বাঁও-কংগ্রেছ মর্চাই পাব পাৰে ১৯খন আসন

আনহাতে, ৰিপাব্লিক-চিএনএক্স সমীক্ষাত ধৰা দিছে আন এক সম্ভাৱনা। সেয়া হ’ল:-

তৃণমূলে পাব পাৰে ১২৮ ৰ পৰা ১৩২খন আসন
বিজেপি পাব পাৰে ১৩৮ ৰ পৰা  ১৪৮ খন আসন
বাঁও-কংগ্রেছ মর্চাই পাব পাৰে ১১ ৰ পৰা ২১খন আসন

ইপিনে, এক্সিট প’লৰ সমীক্ষাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূলৰ সাংসদ সৌগত ৰায়ে কয় যে তৃণমূলেই আকৌ ৰাজ্যত চৰকাৰ গঠন কৰিব। মমতা বেনাৰ্জী তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’ব। সমীক্ষাসমূহ এই কথাকেই কৈছে।

আনহাতে, বিজেপি নেতা ৰাহুল সিনহাই এই সম্পৰ্কত কয় যে এক্সিট প’লৰ সমীক্ষাত কোনো কোনোৱে বিজেপি চৰকাৰ হ’ব আৰু কোনো কোনোৱে বিজেপি চৰকাৰ নহয় বুলি কৈছে। তেওঁ বিহাৰৰ এক্সিট প’লৰ কথা উল্লেখ কৰি কয় যে এইবাৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে মানুহৰ সমৰ্থন দেখি ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত।

এক্সিট প’লে যিয়েই নকওক, অহা ২ মে’ত প্ৰকাশ পাবলগীয়া নিৰ্বাচনৰ ফলাফলৰ বাবে অধীৰ অপেক্ষা আৰু উৎকণ্ঠাৰে সকলোৱে ৰৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd