DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন: কেৱল মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিলে এক্সপ্ৰেছ ৰে’ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2022 7:33 am
Express Train Operated By All-Women Staff
106
VIEWS
Share on FacebookShare on Twitter

নাৰী স্বতন্ত্ৰতা, সমতা, অধিকাৰৰ নীতি সৰোগত কৰি সমগ্ৰ বিশ্বই মঙ্গলবাৰে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰিলে। দেশৰ দক্ষিণ-পূব ৰে’লৱেৰ চক্ৰধৰপুৰ (চিকেপি) বিভাগে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন কৰে।

নাৰী দিৱস উপলক্ষে মঙলবাৰে দক্ষিণ-পূব ৰে’লৱেৰ চক্ৰধৰপুৰ (চিকেপি) বিভাগৰ এখন এক্সপ্ৰেছ ৰে’ল কেৱল মহিলা কৰ্মচাৰী সকলে পৰিচালনা কৰে।

দানাপুৰৰ পৰা দূৰ্গলৈ যোৱা ১৩২৮৮ দক্ষিণ বিহাৰ এক্সপ্ৰেছখন মঙলবাৰে মহিলা দিৱস উপলক্ষে চক্ৰধৰপুৰৰ পৰা ৰাউৰকেলা ষ্টেচনৰ মাজত মহিলা বিশেষ ৰে’ল হিচাপে পৰিচালনা কৰা হয়।

ৰে’লখন পৰিচালনা কৰা লোকো পাইলট, গাৰ্ড, টিটিই, নিৰাপত্তাকৰ্মীকে ধৰি সকলো কৰ্মচাৰীৰ ৰূপত কেৱল মহিলা কৰ্মচাৰী নিয়োগ কৰি নাৰী দিৱস উদযাপন কৰে বিভাগটোৱে।

বিভাগীয় ৰে’ল ব্যৱস্থাপক বিজয় কুমাৰ চাহুৱে চক্ৰধৰপুৰত মহিলা বিশেষ ৰে’লখন ফ্লেগ অফ কৰে। তেওঁৰ সৈতে উপস্থিত থাকে দক্ষিণ-পূব ৰে’লৱেৰ মহিলা কল্যাণ সংস্থাৰ অধ্যক্ষ অঞ্জুলা চাহু।

দক্ষিণ-পূব ৰে’লৱেই অৱশ্যে পূৰ্বেও নাৰী দিৱসৰ দিনটো এনেদৰেই পালন কৰি আহিছে যদিও প্ৰথম বাৰৰ বাবে এইবাৰ মহিলা চালকক যে এক্সপ্ৰেছ ৰে’ল চলাবলৈ দায়িত্ব দিয়া হৈছিল।

তদুপৰি ষ্টেচনৰ লগতে ৰে’লখনৰ সুৰক্ষাৰ দায়িত্বত থকা ৰে’ল সুৰক্ষা বাহিনীৰ (আৰপিএফ) ক্ষেত্ৰতো কেৱল মহিলা বিষয়াসকলকেই দায়িত্ব অৰ্পণ কৰে দক্ষিণ-পূব ৰে’লৱেই।

Recent News

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd