• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীসকলৰ সুবিধাৰ্থে দুযোৰ বিশেষ ৰে’লৰ চলাচলৰ সময়সীমাৰ সম্প্ৰসাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 2:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ২০২৪ ৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা দুযোৰ সাপ্তাহিক বিশেষ ৰেলৰ, উভয় দিশত চাৰিটা ট্ৰিপৰ বাবে ৰেল নং ০৩০২৭/০৩০২৮ (হাওড়া – নিউ জলপাইগুড়ী-হাওড়া) আৰু ৰেল নং. ০৩১০৫/০৩১০৬ (শিয়ালদহ – জাগীৰোড – শিয়ালদহ)পাঁচটা ট্ৰিপৰ বাবে সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই ৰেলসমূহ বিদ্যমান সেৱাৰ দিন, সময় আৰু ষ্টপেজৰ দিনৰ সৈতে চলাচল কৰিব।

সেই অনুসৰি, ৰেল নং ০৩০২৭ (হাওড়া – নিউ জলপাইগুড়ী) সাপ্তাহিক বিশেষ ৰেলখন ০৭আগষ্টৰ পৰা ২৮আগষ্ট, ২০২৪লৈ প্ৰতি বুধবাৰে ২৩:৫৫ বজাত হাওড়াৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১০:৪৫বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হব।

উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৩০২৮ (নিউ জলপাইগুড়ী – হাওড়া) সাপ্তাহিক বিশেষ ৰেলখন ০৮আগষ্টৰ পৰা ২৯আগষ্ট, ২০২৪লৈ প্ৰতি বৃহস্পতিবাৰে ১২:৪৫বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ০০:১০বজাত হাওড়াত গৈ উপস্থিত হব।

Apply Now

ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰেলখন কিষাণগঞ্জ, মালদা টাউন, আজিমগঞ্জ, কাটৱা আৰু বান্দেল আদি ষ্টেচন হৈ চলাচল কৰিব।

ৰেল নং. ০৩১০৫ (শিয়ালদহ – জাগীৰোড) সাপ্তাহিক বিশেষ ৰেলখন ০২আগষ্টৰ পৰা ৩০আগষ্ট, ২০২৪লৈ প্ৰতি শুক্ৰবাৰে ৯:০০বজাত শিয়ালদহৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ০৬:৩০বজাত ইয়াৰ গন্তব্য স্থান জাগীৰোডত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৩১০৬ (জাগীৰোড – শিয়ালদহ) সাপ্তাহিক বিশেষ ৰেলখন ০৩ আগষ্টৰ পৰা ৩১আগষ্ট, ২০২৪লৈ প্ৰতি শনিবাৰে ১৩:০০বজাত জাগীৰোডৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১৩:০০বজাত ইয়াৰ গন্তব্য স্থান শিয়ালদহত গৈ উপস্থিত হ’ব।

বিশেষ ৰে’লখন ইয়াৰ উভয় যাত্ৰা পথত গুৱাহাটী, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, জাংগীপুৰ ৰোড, আজিমগঞ্জ, বান্দেল, নৈহাটি হৈ চলাচল কৰিব।

এই পথসমূহত চলাচল কৰা অন্যান্য ৰেলৰ প্ৰতীক্ষা সূচীত থকা যাত্ৰীসকলে আৰামদায়ক যাত্ৰাৰ বাবে এই সেৱাসমূহ লাভ কৰিব পাৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd