• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিফল অঙ্গীকাৰ! ন্যায়ৰ পূৰ্বেই ধৰ্মঘট সামৰিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত নমা অখিল গগৈয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2025 5:45 pm
158
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল গগৈয়ে সামৰিলে অৱস্থান ধৰ্মঘট। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চচলত অকলেই ধৰ্মঘটত বহিছিল অখিল গগৈয়ে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অবিৰতভাবে এই প্ৰতিবাদ চলি থাকিব বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে। লগতে জুবিন গাৰ্গে ন্যায় নাপালে তেওঁ বিধায়ক পদ ত্যাগ কৰাৰো অঙ্গীকাৰ কৰিছিল।

বুধবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিৰ জৰিয়তে দলৰ সভাপতি অখিল গগৈয়ে কয় যে জুবিন গাৰ্গৰ মৃ্ত্যুৰ মূল অভিযুক্ত আত্মসমর্পন অথবা গ্ৰেপ্তাৰৰ প্ৰেক্ষাপটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।

Apply Now

আজি বিয়লি ২ বজাত চচলৰ ধৰ্ণাস্থলীত আয়োজিত এক সংবাদ মেলত ৰাইজৰ দলে কয় যে সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিলেও দলটো চৰকাৰ তদন্তত মুঠেও সুখী নহয়।

সংবাদ মেলত ৰাইজৰ দলৰ নেতৃবৰ্গই কয়, মূল অভিযুক্তকেইজনক গ্ৰেপ্তাৰৰ লগে লগে অসমবাসীয়ে সাময়িকভাৱে আংশিক সন্তুষ্টি লাভ কৰিলেও মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নোহোৱা পর্যন্ত আমি আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিলেহে বিজেপি চৰকাৰে বাধ্যত পৰি এই ঐতিহাসিক ঘটনাৰ যথোপযুক্ত তদন্ত কৰিব পাৰে। সকলো অভিযুক্তকে গ্ৰেপ্তাৰ আৰু আন তিনিটা মূল দাবী গোচৰৰৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কাৰ্যৰতঃ ন্যায়াধীশৰ তত্বাৱধানত চিবিআইক প্রদান, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বিত্তীয় অনিয়মৰ পুংখানুপুংখ তদন্তৰ বাবে ইডিক অর্পন আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰাসকলৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ উঠাই লোৱাৰ দাবীত অসমবাসীৰ আন্দোলন অব্যাহত ৰাখিব লাগিব। সেয়েহে এই আটাইকেইটা বিষয় সমাধানৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি দলৰ সভাপতিগৰাকীয়ে আজি স্পষ্ট কৰি দিয়ে।বিবৃতিটোত উল্লেখ কৰে যে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসম পৰিয়ালক ন্যায় প্ৰদান কৰাটো চৰকাৰখনৰ সাংবিধানিক দায়িত্ব। সেয়ে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পিছত এতিয়া তদন্ত প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ল’বলগীয়া প্রতিটো ব্যৱস্থাতে চৰকাৰে স্বচ্ছতা প্ৰদৰ্শন কৰক আৰু অসমবাসীক আস্বস্ত কৰিব পৰাকৈ প্ৰতিটো পদক্ষেপৰে প্ৰতিদিনে ৰাইজক সম্ভেদ দিয়ক। তৎকালীনভাৱে প্রযোজ্য হোৱাকৈ সকলো কাম নিৰপেক্ষভাৱে সমাপন কৰাৰ দিহা কৰক বুলি আজিৰ সংবাদ মেলত দলটোৱে উল্লেখ কৰে। জুবিন গাৰ্গৰ দুয়োখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও দলটোৱে দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd