• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জালত নকল নোটৰ বেহাৰ সৈতে জড়িত দুজন প্ৰৱঞ্চক; জব্দ মেচিনসহ নকল নোট

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , February 16, 2020 7:22 am

1 min read

IMG-20200215-WA0005

আৰক্ষীৰ জালত ধৃত প্ৰৱঞ্চক দুজন। ফটো: নৰ্থইষ্ট নাও

580
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ পৰা নকল টকা প্ৰস্তুত কৰি ক’লা টকাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা বৃহৎ চক্ৰৰ দুজন লোকক শনিবাৰে বিয়লি ভাগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ৰূপহীহাট, উলুৱনি, কলিয়াবৰ আৰু লাওখোৱা চাপৰি থানাৰ আৰক্ষীৰ যৌথ অভিযানত অসাধু চক্ৰটোৰ লগতে এটা নকল টকা প্ৰস্তুত কৰা মেচিন, বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰা হয়।

অভিযানকাৰী দলটোৱে লগতে এই বেহাত ব্যৱহাৰ কৰা এখন মটৰচাইকেলো জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সুত্ৰ মতে ধৃত কাঞ্চনপুৰৰ শ্বৰিফুল ইছলামৰ ঘৰত অভিযান চলাই টকা বনোৱাৰ মাষ্টাৰমাইণ্ড লক্ষিমপুৰ-২নং ইছলামপুৰৰ নিজাম আলী নামৰ প্ৰৱঞ্চকটোক দলটোৱে কৰায়ত্ত কৰে।

উল্লেখ্য যে, উক্ত চক্ৰটোৱে অকল ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো উক্ত মুদ্ৰা সৰবৰাহ কৰি এটা বৃহৎ বজাৰ চলাই আহিছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে কাঞ্চনপুৰৰ শ্বৰিফুল ইছলাম নামৰ ব্যক্তিজনৰ ঘৰত তালাচী চলাই মেচিনসহ, নগদ ধনৰ লগতে নকল টকা উদ্ধাৰ কৰি ধৃত প্ৰৱঞ্চক দুটাৰ পৰা অধিক তথ্য আহৰণ বাবে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd