• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BISৰ অভিযানত আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামত নকল সামগ্ৰী উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 6:59 pm
875
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মানদণ্ড সংস্থাই (BIS) দিল্লীত এক বিশেষ অভিযান চলাই আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামৰ পৰা বিপুল পৰিমাণে নকল সামগ্ৰী উদ্ধাৰ কৰিছে। এই ঘটনাই অনলাইন সামগ্ৰী ক্ৰয়ৰ বিশ্বাসযোগ্যতা লৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে দিল্লীৰ মোহন কো-অপাৰেটিভ ইন্ডাস্ট্ৰিয়েল এলেকাত থকা আমাজনৰ গুদামত বিআইএসৰ তদন্তকাৰীয়ে অভিযান চলায়। গুদামত থকা মিক্সাৰ গ্ৰাইণ্ডাৰ, গিজাৰ আৰু অন্যান্য ইলেকট্ৰনিক সামগ্ৰী নকল বুলি ধৰা পৰে। কিছু সামগ্ৰীৰ গাত বাধ্যতামূলক ISI চিহ্ন নাছিল, আনহাতে কিছুমানত জাল ISI চিহ্ন থকা বুলি সদৰী কৰিছে। ১৫ ঘণ্টাৰ অভিযানৰ অন্তত ৭০ লাখ টকাৰ ৩৫০০তকৈ অধিক সামগ্ৰী বাজেয়াপ্ত কৰে অভিযানকাৰী সংস্থাটোৱে।

ইয়াৰ পাছতে ফ্লিপকাৰ্টৰ গুদামতো অভিযান চলোৱা হয়। তাত নিম্নমানৰ স্প’ৰ্টচ জোতা উদ্ধাৰ হয়। গুদামৰ পৰা ৫৯০ জোতা বাজেয়াপ্ত কৰা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা।

এই অভিযান কেৱল দিল্লীত সীমাবদ্ধ নহয়। গুৰগাঁও, ফৰিদাবাদ, লখনৌ আদি ঠাইত বিআইএসে অনুসন্ধান চলাই ৭৬৯ ধৰণৰ নকল সামগ্ৰী বাজেয়াপ্ত কৰে। তামিলনাডুত আমাজন আৰু ফ্লিপকাৰ্টৰ গুদামত অভিযান চলাই ৩৩৭৬ সামগ্ৰী আৰু ৩৫৮ সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে।

বিআইএসৰ মতে, অনুমোদন নথকা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা হ‘ব। আমাজনে এই সন্দৰ্ভত জনাইছে যে তেওঁলোকে নিয়ম অনুগামী হৈ কাম কৰে আৰু অভিযোগ অহা ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে বুলি উল্লেখ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd