• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিনয় ত্যাগ কৰি যৌনকৰ্মী হৈ শেষ জীৱনত ভিক্ষা খুজি অনাহাৰে মৃত্যুবৰণ কৰিলে এইগৰাকী অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 7:01 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিদিনে হাজাৰ হাজাৰ যুৱতীয়ে অভিনেত্ৰী হোৱাৰ সপোন লৈ চিনেমা উদ্যোগটোত প্ৰৱেশ কৰে। সকলো সপোন বাস্তৱায়িত নহয়। কেতিয়াবা এনেকুৱাও দেখা যায় যে এবাৰ জনপ্ৰিয় নায়ক বা নায়িকাসকল সামান্য ভুলৰ ফলত উদ্যোগটোৰ পৰা হেৰাই যায়। ইয়াৰে কিছুমানৰ পৰিণতি অতি মৰ্মান্তিক হৈ পৰিছে। তেনে এগৰাকী অভিনেত্ৰী আছিল নিশা নূৰ।

দক্ষিণ ভাৰতীয় চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল নিশা। এটা সময় আছিল যেতিয়া উদ্যোগত তেওঁ অভিনয়ৰ বাবেই ডাঙৰ তাৰকাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। আশীৰ দশকৰ সময়ছোৱাত তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ ছবিত তেওঁৰ যথেষ্ট চাহিদা আছিল। অভিনয়ৰ উপৰিও তেওঁৰ গ্লেমাৰে দৰ্শকক আপ্লুত কৰিছিল। কিন্তু ইমান ডাঙৰ অভিনেত্ৰী হৈও ভুল দিশত ভৰি দিলে নিশাই।

Apply Now

আশীৰ দশকত উদ্যোগটোৰ ডাঙৰ ডাঙৰ তাৰকাসকলে সেই সময়ত নিশাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী আছিল। পৰ্দাত সাহসী দৃশ্যত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ৰজনীকান্ত আৰু কমল হাছানৰ সৈতে অভিনয় কৰিছিল নিশাই। বিষু, বালাচন্দ্ৰন, চন্দ্ৰশেখৰ আদি বিখ্যাত পৰিচালকৰ সৈতেও কাম কৰিছিল তেওঁ। কিন্তু হঠাৎ তেওঁৰ জীৱনলৈ আহিল বেয়া সময়।

কিছুসময়ৰ পাছত নিশাই চিনেমাৰ বাবে অফাৰ লাভ নকৰা হ’ল। তেওঁ উদ্যোগটোত কোনো ধৰণৰ কামৰ সুযোগ নোপৱা হ’ল। সেই সময়ত এজন প্ৰযোজকে তেওঁক শৰীৰৰ ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ কৈছিল। তেওঁৰ কথাত মান্তি হৈছিল নিশা।

অভিনয় ত্যাগ কৰাৰ পিছত শৰীৰৰ ব্যৱসায় হৈ পৰিল নিশাৰ উপাৰ্জনৰ একমাত্ৰ উপায়। ইফালে নিশাই যে দেহ ব্যৱসায়ক কেৰিয়াৰ লৈছে সেই কথা জানি ইণ্ডাষ্ট্ৰীৰ মানুহবোৰেও নিশাক এৰাই চলিবলৈ ধৰিলে।

সেই সময়ত কেৱল উদ্যোগটোৰ মানুহেই তাইক পিঠি দিয়াই নহয়, নিশাৰ পৰিয়ালৰ কোনেও তাইৰ খবৰ ৰাখিব পৰা নাছিল। ইফালে তেওঁৰ কষ্টোপাৰ্জিত সকলো উপাৰ্জন নোহোৱা হৈ গ’ল। ৰাতিটোৰ ভিতৰতে ৰাজপথৰ ভিক্ষাৰী হৈ পৰিল। 

পাছত তামিল এন জি অ’ এটাই তেওঁক এটা দৰগাহৰ সন্মুখত পথৰ পৰা উদ্ধাৰ কৰে। তেতিয়া তেওঁক চিনি পোৱাটোৱেই কঠিন হৈ পৰিছিল। শীৰ্ণকায় আৰু অনাহাৰে থকা নিশাৰ শৰীৰটো দেখি অনুৰাগীসকল হতভম্ব হৈ পৰে। তেওঁৰ শৰীৰত এইডছ ৰোগে শিপাইছিল। ২০০৭ চনত তেওঁ অকলে তামিলনাডুৰ এখন চিকিৎসালয়ত শেষ উশাহ লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd