• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৫ বছৰীয়া হ’ল পাপন; জন্মদিনত দেশৰ শ্ৰেষ্ঠ সংগীত গোষ্ঠীৰ শুভেচ্ছা পাপনক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 24, 2020 5:53 pm

2 min read

৪৫ বছৰীয়া হ’ল পাপন; জন্মদিনত দেশৰ শ্ৰেষ্ঠ সংগীত গোষ্ঠীৰ শুভেচ্ছা পাপনক
235
VIEWS
Share on FacebookShare on Twitter

অসম তথা বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই আজি ৪৫ বছৰত ভৰি দিয়ে।

সুকীয়া সংগীত শৈলীৰে অসম আৰু ভাৰত বৰ্ষৰ সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শিল্পী খনেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তক ওপজা দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা জ্ঞাপন কৰে।

অংগৰাগ পাপন মহন্তই ১৯৭৫ চনৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল।

‘নাচাবা চকুলে’ শীৰ্ষক গীতেৰে সংগীতৰ যাত্ৰা আৰম্ভ কৰা পাপনে পৰৱৰ্তী সময়ত ভালেসংখ্যক শ্ৰেষ্ঠ গীত অসম আৰু বলিউদক উপহাৰ দিছে।

যশৰাজ ফিল্মছে পাপনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, ‘’যাদুকৰী কণ্ঠেৰে এগৰাকী কণ্ঠশিল্পী! হেপী বাৰ্থডে।’’

A singer with a magical voice! Happy Birthday @paponmusic pic.twitter.com/ou3IfMm7XG

— Yash Raj Films (@yrf) November 24, 2020

‘‘সহস্ৰজনৰ হৃদয়ৰ কণ্ঠক শুভেচ্ছা, হেপী বাৰ্থডে পাপন,’’ টাইমছ মিউজিকে এইদৰে শুভেচ্ছা জনাই পাপনক।

Wishing the voice of a billion hearts, @paponmusic a very happy birthday!! ♥️♥️
Listen to some of his most precious songs to celebrate: https://t.co/gjvwt4wFUb pic.twitter.com/HSYTZ4bRu3

— Times Music (@TimesMusicHub) November 24, 2020

‘‘হেপী বাৰ্থডে অংগৰাগ পাপন মহন্ত! বুলেয়া, মোহ মোহ কে ঢাগে আৰু লকিৰেৰ বাবে ধন্যবাদ আৰু আমি বহু সংখ্যক সুন্দৰ সৃষ্টিৰ বাবে বাট চাই আছো,’’ গানাই এনেদৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে কণ্ঠশিল্পী গৰাকীক।

Happy Birthday Angarag Mahanta i.e. @paponmusic! Thank you for Bulleya, Moh Moh Ke Dhage, and Lakeerein and we look forward to many more! https://t.co/Cz2EuuybWw#HappyBirthdayPapon pic.twitter.com/GHgXGUtMM2

— @gaana (@gaana) November 24, 2020

‘‘তেওঁৰ যাদুকৰী কণ্ঠই আমাৰ হৃদয় উমাল কৰি তুলিব পাৰে। জন্মদিনৰ বহু শুভকামনা পাপন,’’ হাংগামা.কমে পাপনক এনেদৰে জন্মদিনৰ শুভকামানা জনায়।

He has the magic of bringing warmth in our hearts through his voice.
Wishing the awesome @paponmusic many happy returns of the day in this way
-> https://t.co/WEq80Y8PzP #Papon pic.twitter.com/Buo3SeHliv

— Hungama.com (@Hungama_com) November 24, 2020

বলিউদৰ সংগীত গোষ্ঠী সমূহৰ লগতে অসমৰো পাপনৰ অনুৰাগী আৰু সংগীত প্ৰেমী সকলে পাপনক ৪৫ বছৰীয়া জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd