• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচনলৈ বহুদূৰ! ২৬ নবেম্বৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 22, 2024 2:49 pm
107
VIEWS
Share on FacebookShare on Twitter

অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’। বুধবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে কংগ্ৰেছ অ’বিচিৰ উইং চেয়াৰমেন অজয় ​​সিং যাদৱে।

বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে শাসকীয় দলে জাতি লোকপিয়ল নকৰাকৈ মানুহক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে।

 সংবাদমেলত অজয় ​​সিং যাদৱে কয় যে অহা ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ তালকোত্ৰা ষ্টেডিয়ামৰ পৰা ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’ আৰম্ভ হ’ব।

১৯৫০ চনৰ ২৬ নবেম্বৰত বি আৰ আম্বেদকাৰে সংবিধানৰ চূড়ান্ত খচৰা সংবিধান সভাৰ সন্মুখত দাখিল কৰিছিল। এইবাৰ ভাৰতীয় সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব।

এই হেতুকে আগন্তুক দুমাহলৈ কংগ্ৰেছৰ এই যাত্ৰা অব্যাহত থাকিব। ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা এই যাত্ৰাৰ অন্ত পৰিব। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি দলৰ অন্যান্য শীৰ্ষস্থানীয় নেতাই এই যাত্ৰাত অংশগ্ৰহণ কৰিব।

সংবাদমেলত অজয় ​​সিং যাদৱে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে কেন্দ্রত বিজেপিৰ শাসন একাংশ উদ্যোগপতিৰ বাবেহে অনুকূল। দেশৰ অধিকাংশ ধন-সম্পত্তি তেওঁলোকৰ হাতত। খনি, গেছ আৰু জলসিঞ্চন প্ৰকল্পৰ দৰে সম্পদ নিয়ন্ত্ৰণ কৰে তেওঁলোকে।

যাদৱৰ মতে, সঠিক বন ব্যৱস্থাপনাৰ বাবে হাতী আৰু বাঘৰো হিচাপ হয়। কিন্তু জাতি জনগণনা কৰা হোৱা নাই।

যাদৱে কয়, সংবিধানত সমতাৰ কথা উল্লেখ আছে। গতিকে জাতি লোকপিয়ল কিয় কৰা হোৱা নাই? সামাজিক ন্যায় আৰু সমতাৰ বাবে আমি দাবী কৰিম যে জাতিগত লোকপিয়ল হ’ব লাগে। এই চৰকাৰে মাত্ৰ মুষ্টিমেয় উদ্যোগপতিকহে উপকৃত কৰিব বিচাৰিছে।‘

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd