• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শাহু থাকিলে বোৱাৰী নাথাকে’, ঘৰৰ পৰা মাকক খেদি পঠিয়াবলৈ পত্নীৰ চাপ! যুৱকে ল’লে চৰম সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 12:42 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰু সংসাৰখনত মাতৃৰ ঠাই নাই। পত্নীয়ে স্পষ্টকৈ ক’লে যে তেওঁ মাকৰ যত্ন ল’ব নোৱাৰে। বাৰে বাৰে তেওঁ শাহুৱেকক নিজৰ পুৰণি ঘৰলৈ উভতি যাবলৈ হেঁচা দিবলৈ ধৰিলে। আনকি শাহুৱেকৰ লগত থাকিব নোৱাৰাৰ কথাও গিৰিয়েকক জনাই দিলে। পত্নীৰ হেঁচাত মানসিকভাৱে বিধ্বস্ত হৈ পৰা এজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। বাসগৃহৰ পৰা জপিয়াই আত্মহত্যা কৰিলে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ফৰিদাবাদত। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱকজনৰ নাম যোগেশ কুমাৰ। পেছাত তেওঁ আছিল ৰেডিঅ’লজিষ্ট। নিজ বাসগৃহৰ ১৬ নং মহলাৰ পৰা জপিয়াই তেওঁ আত্মহত্যা কৰে। তেওঁ পৰিয়ালৰ সৈতে গ্ৰেটাৰ ফৰিদাবাদ অঞ্চলত বাস কৰিছিল। সেই বাসগৃহৰ ওপৰৰ পৰাই জপিয়াই আত্মহত্যা কৰে।

Apply Now

মৃত যুৱকজনৰ খুড়াকে থানাত এজাহাৰ দাখিল কৰিছে। তেওঁ যোগেশ কুমাৰৰ পত্নী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। মৃত যুৱকজনৰ খুড়াকে অভিযোগ কৰে যে যোগেশৰ পত্নীয়ে প্ৰায়ে তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল। আনকি যোগেশৰ মাক সেই ফ্লেটত থকাকলৈও তেওঁৰ সমস্যা হৈছিল। তেওঁ কেইবাবাৰো কৈছিল যে শাহুৱেকে সিহঁতৰ লগত থাকিব নোৱাৰে। পত্নীৰ বাবেই যোগেশ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল।

ভূপানী আৰক্ষী থানাত আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত ৫জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ ভিতৰত যোগেশৰ পত্নী, তেওঁৰ দুই ভায়েক, শহুৰেক আৰু শাহুৱেক আছে। আৰক্ষীয়ে লগতে জনোৱা মতে, মৃত যুৱকজন প্ৰথমে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা আছিল। গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰেডিঅ’থেৰাপিষ্ট হিচাপে কাম কৰিছিল। ৯ বছৰ পূৰ্বে তেওঁৰ বিবাহ হৈছিল নেহা নামৰ যুৱতীগৰাকীৰ সৈতে। তেওঁলোকৰ এটা ছবছৰীয়া সন্তান আছে।

ইয়াৰ পূৰ্বে দম্পতীহালে নয়ডাত বাস কৰিছিল। সেই সময়ত নেহাই ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল। যিহেতু স্বামী-স্ত্ৰী দুয়োজনেই কাম কৰি আছিল, সেয়েহে যোগেশে মাকক নিজৰ ঘৰলৈ লৈ আহিছিল পুত্ৰক চোৱা-চিতা কৰিবলৈ। কেইমাহমানৰ আগতে যোগেশে পুত্ৰৰ সৈতে ছেক্টৰ ৮৭ৰ এটা নতুন ফ্লেটলৈ গুচি আহিছিল। কিন্তু নেহা তেওঁৰ লগত নাহিল। পুত্ৰৰ কাৰণে মাকক লৈ আহিছিল। এমাহ আগতে নেহাও এই ফ্লেটটোত থাকিবলৈ আৰম্ভ কৰিছিল।

তেতিয়াৰ পৰাই নেহা আৰু তেওঁৰ ভায়েক যোগেশে তেওঁক মানসিক অত্যাচাৰ কৰিবলৈ ধৰিলে। তেওঁ কেইবাবাৰো কৈছিল যে মাকক এই ফ্লেটত ৰাখিব নোৱাৰে। ইয়াৰ ফলত বহু অশান্তিৰ সৃষ্টি হয়। যোৱা বৃহস্পতিবাৰে নয়দাৰ নেহাৰ ফ্লেটত উপস্থিত হৈ যোগেশ এই বাসগৃহলৈ উভতি আহে। ইয়াৰ পিছতে তেওঁ চৰম পদক্ষেপ ল’লে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd