• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৃষি আইন বাতিলত আজি অনুমোদন জনোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 10:28 am
Farm laws repeal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত আজি অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কেবিনেট আজি বৈঠকত মিলিত হ’ব আৰু ‘কৃষি আইন বাতিল বিধেয়ক, ২০২১’ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে টেলিভিছনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেওঁ ব্যক্তিগতভাৱে দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু স্বীকাৰ কৰিছিল যে কৃষকসকলক সৈমান কৰাৰ প্ৰচেষ্টাত তেওঁলোক বিফল হৈছে।

মঙ্গলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে এতিয়া ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত কৃষি আইন বাতিল বিধেয়ক, ২০২১ তালিকাভুক্ত কৰিছে। কৃষি মন্ত্ৰালয়ে আগন্তুক সংসদ অধিৱেশনত তিনিখন আইনৰ বিষয়ে আলোচনা কৰাৰ সঠিক তাৰিখৰ ওপৰত আলোচনা কৰি আছে।

Apply Now

উল্লেখ্য যে যোৱা এবছৰৰো অধিক কাল কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে প্ৰতিবাদ কৰি আহিছে। ৪০ টা কৃষক সংগঠনেৰে গঠিত সংযুক্ত কিষাণ মৰ্চাই এই আন্দোলনৰ নেতৃত্ব দিছে।

প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাবাৰো আলোচনা হৈছিল যদিও কৃষি আইন বাতিল কৰিবলৈ অমান্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ। আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল প্ৰতিবাদী কৃষক নেতাই।

অৱশেষত কৃষকৰ আপোচহীন প্ৰতিবাদৰ ওচৰত হাৰ মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশ্যে প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাত আস্বস্ত হোৱা নাই প্ৰতিবাদী কৃষক। কৃষক নেতাসকলে নিশ্চিত কৰিছে যে সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd