• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ বিভাগৰ হাৰাশাস্তি; প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা পত্ৰ লিখি মধ্যপ্ৰদেশত কৃষকৰ আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 3:40 pm

1 min read

বিদ্যুৎ বিভাগৰ হাৰাশাস্তি; প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা পত্ৰ লিখি মধ্যপ্ৰদেশত কৃষকৰ আত্মহত্যা
8.2k
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশত এগৰাকী কৃষকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি আত্মহত্যা কৰে।

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হাৰাশাস্তিৰ বাবে মধ্যপ্ৰদেশৰ চাত্তাৰপুৰ জিলাৰ গাঁৱৰ কৃষক গৰাকীয়ে আত্মহত্যাৰ বাচি লোৱা বুলি স্থানীয় লোকে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা ভাষাৰে লিখা পত্ৰখনত মধ্যপ্ৰদেশৰ খেতিয়ক গৰাকীয়ে তেওঁৰ মৃতদেহটো চৰকাৰৰ হাতত অৰ্পন কৰাৰ বাবে আহ্বান জনায় যাতে

‘‘মোৰ মৃত্যুৰ পাছত মৃতদেহটো চৰকাৰৰ হাতত অৰ্পন কৰিব তেওঁলোকে মোৰ শৰীৰৰ অংগ প্ৰত্যংগ বিক্ৰী কৰি বিদ্যুতৰ মাচুল পৰিষোধ কৰিব,’’ মৃত্যুৰ পূৰ্বে আৱেগভৰা ভাষাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰখনত এনেদৰে উল্লেখ কৰে আত্মহত্যা কৰা দুৰ্ভগীয়া কৃষক গৰাকীয়ে।

কৃষক গৰাকীয়ে আত্মহত্যা কৰাৰ পাছত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, শুকুৰবাৰে নিশা দিল্লীৰ টিকৰি সীমান্তৰ কৃষক বিদ্ৰোহ স্থলীত এগৰাকী হাৰিয়ানাৰ কৃষকেও প্ৰচণ্ড শীতৰ বাবে জীৱন বিসৰ্জন দিবলগীয়া হয়।

প্ৰচণ্ড শীতৰ বাবে মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ কৃষক গৰাকীৰ মৃত্যু হয় বুলি আৰক্ষীৰ লোকে জানিব দিয়ে।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd