DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৃষক আন্দোলন সমাপ্তিৰ সম্ভাৱনা! আজি আলোচনাত বহিব কৃষক নেতৃত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2021 11:24 am
Farmers Protest
108
VIEWS
Share on FacebookShare on Twitter

সূদীৰ্ঘ এবছৰযোৰা কৃষক আন্দোলনৰ আজি সমাপ্তি ঘটাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আজি পাঁচ জনীয়া পেনেল গঠনৰ উদ্দেশ্যে আজি দিল্লীত আলোচনাত বহিব কৃষক নেতৃত্ব।

যোৱা ১৯ নৱেম্বৰত আচৰ্যজনকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত ইতিমধ্যে দুই সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

অৱশ্যে MSP কে ধৰি কৃষকৰ আন দাবীৰ সমস্যাটো সমাধান নোহোৱালৈকে কৃষকসকলে আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছিল ।

আজি ১০.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত নিৰ্বাচিত পাঁচজন কৃষক নেতাই সিংঘু সীমান্তৰ প্ৰতিবাদস্থলীত আন এক বৈঠকত ভাগ ল’ব।

কৃষক নেতাসকলে জনাইছে যে তেওঁলোকে ফোনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছে। এক বিশেষ সূত্ৰ অনুসৰি কালি কেন্দ্ৰই কৃষকসকলৰ প্ৰায় সকলো দাবীৰ ওপৰত লিখিত আশ্বাস প্ৰদান কৰিবলৈ ইচ্ছুক হোৱাৰ ইংগিত দিছিল।

যোৱা সপ্তাহত কৃষকসকলে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সৈতে এটা ফোন কলৰ জৰিয়তে কৃষকৰ দাবীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এক পাঁচ জনীয়া পেনেল গঠনৰ আহ্বান জনাইছে বুলি প্ৰকাশ কৰিছিল

উল্লেখ্য মঙ্গলবাৰে কৃষক নেতৃত্বৰ মাজত এক পেনেল আলোচনা অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকত কৃষক নেতৃত্ব কোনো মীমাংসাত উপনীত নহ’ল।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd