• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮ ডিচেম্বৰত ভাৰত বন্ধ, কোনে, কিয় দিলে এই বন্ধ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2020 9:10 pm

1 min read

Bharat-Bandh-On
9.3k
VIEWS
Share on FacebookShare on Twitter

অহা ৮ ডিচেম্বৰত ঘোষণা কৰা হৈছে ভাৰত বন্ধ।

ফলত উক্ত দিনা স্তব্ধ হৈ পৰিব সমগ্ৰ দেশৰ জনজীৱন।বন্ধ হৈ পৰিব যান-বাহনৰ চলাচল।

বিভিন্ন ৰাজ্যত বন্ধ হৈ পৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদি।

এই ভাৰত বন্ধৰ আহ্বান জনাইছে দেশৰ কেইবাটাও কৃষক সংগঠনে।

ভাৰত বন্ধৰ প্ৰতি বহু কেইটা ট্ৰেচ ইউনিয়নেও সমৰ্থন জনাইছে।

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে যোৱা ৯ দিন ধৰি ৰাজধানী চহৰ নতুন দিল্লীত আন্দোলন অব্যাহত ৰাখিছে।

প্ৰতিবাদী কৃষকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে চাৰিবাৰকৈ আলোচনাত মিলিত হৈছে যদিও কোনো সমাধান সূত্ৰ এতিয়ালৈকে ওলোৱা নাই।

কাইলৈ অৰ্থাৎ শনিবাৰেও কৃষক সংগঠনৰে চৰকাৰৰ আলোচনা আছে যদিও সেই আলোচনাও যে সফল হব তাৰো কোনো নিশ্চিতি নাই।

এনে পৰিস্থিতিত কৃষক সংগঠনসমূহে ভাৰত বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইছ এছ লাখোৱালে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

চৰকাৰে বিতৰ্কিত কৃষি আইন কেইখন প্ৰত্যাহাৰ কৰিবই লাগিব বুলি লাখোৱালে সকিয়াই দিয়ে।

নিখিল ভাৰত কিষাণ সভাৰ সাধাৰণ সম্পাদক হান্নান মোল্লাই কয় যে চৰকাৰে পূঁজিপতিৰ স্বাৰ্থত কৃষি আইন কেইখন কৰিছে।

এই আইনে কৃষকসকলক ভাতে মাৰিব।

সেয়ে এই হঠকাৰী আইন তিনিখনৰ বিৰুদ্ধে দেশৰ কৃষক সমাজে আন্দোলন চলাই যাব বুলি তেওঁ কয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd