• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ প্ৰতিবাদী কৃষকৰ কাষত ৩৬ ব্ৰিটিছ সাংসদ, ৰাষ্ট্ৰসংঘই ক’লে—‘আমিও আছো’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 7:48 am
a Farmer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কৃষকৰ পেটত গোৰ মাৰিবলৈ ওলোৱা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষক সমাজে দিল্লীত বিগত ১১ দিন ধৰি আন্দোলন অব্যাহত ৰাখিছে।

দিল্লীৰ হাড় কঁপোৱা শীতকো উপেক্ষা কৰি হাজাৰ হাজাৰ বৰ্ষীয়ান কৃষকে ৰাজপথতে প্ৰতিবাদ অব্যাহত ৰাখিছে।

Apply Now

তথাপি কৃষকৰ দাবীৰ কোনো সুমীমাংসা উলিয়াব পৰা নাই ভাৰত চৰকাৰে।

দেশৰ কৃষকৰ এনে সংকটৰ সময়তে সুদূৰ ব্ৰিটেইনৰ ৩৬ গৰাকী সাংসদে কৃষকৰ কাষত থিয় দিছে।

ভাৰতৰ কৃষকসকলৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই ৩৬ জন ব্ৰিটিছ সাংসদে আনকি বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰে কথা পাতিবলৈ ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবক চিঠিও লিখিছে।

ব্ৰিটেইনৰ লেবাৰ পাৰ্টীৰ সাংসদ দলজিৎ সিং দেছিয়ে ভাৰতৰ কৃষকসকলৰ ন্যায় প্ৰাপ্তিৰ বাবে লেবাৰ পাৰ্টীয়ে যুঁজ দি যাব বুলি ঘোষণা কৰিছে।

Thousands of Indian farmers protesting against new agricultural laws were allowed to enter New Delhi after they clashed with police on the outskirts of the capital@NehaPoonia reports https://t.co/uMkVqMgRGk pic.twitter.com/rBMuANv63s

— Natasha Fatah (@NatashaFatah) November 29, 2020

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও এটা সাক্ষাৎকাৰত পুনৰ বাৰ কৈছে যে কোনো কূটনৈতিক হেঁচাই তেওঁক ভাৰতৰ প্ৰতিবাদী কৃষকসকলৰ কাষৰ পৰা আঁতৰাই আনিব নোৱাৰে।

ইপিনে ৰাষ্ট্ৰসংঘয়ো ভাৰতৰ কৃষকসকলৰ পক্ষত থিয় দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে এক বাৰ্তাত কৈছে যে ৰাষ্ট্ৰসংঘ কৃষকসকলৰ পক্ষে আছে। কৃষকসকলে ন্যায় পোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই মাত মাতিব বুলিও তেওঁ কয়।

উল্লেখ্য কৃষক বিদ্ৰোহলৈ মুকলি সমৰ্থন জনোৱাৰ বাবেই কানাডাৰ চৰকাৰৰ বিৰুদ্ধেও ক্ষুদ্ধ হৈ পৰিছে ভাৰত চৰকাৰ।

গুৰু পৰৱৰ সময়তো ভাৰতৰ শিখধৰ্মী লোকসকলক উদ্দেশ্যি কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দিয়া ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কৈছিল যে ভাৰতৰ কৃষকসকল এনে দুৰ্দশা সচাঁকৈয়ে দুৰ্ভাগ্যৰ কথা।

আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে যদিও ভাৰতৰ কৃষকসকলে শান্তিৰে আন্দোলনো কৰিব পৰা নাই বুলি তেওঁ মন্তব্য কৰিছিল।

ট্ৰুডোৰ এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বিদেশ দপ্তৰে এইবুলি কৈছিল যে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই একাংশ বিচ্ছিন্নতাবাদীক উৎসাহিত কৰিব।

ইপিনে কানাডাত ভাৰতৰ কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ঠায়ে ঠায়ে কাৰ ৰেলী আৰু আন ৰেলীও উলিওৱা হৈছে।

কৃষকৰ পক্ষত থিয় দিয়াৰ বাবেই ৭ ডিচেম্বৰত কানাডাত অনুষ্ঠিত হবলগীয়া কোভিড সন্মিলনত অংশগ্ৰহণ নকৰে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd