• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৃষি আইন : হাৰিয়ানাত বিজেপি-জেজেপিৰ ভাঙিব নেকি জোট; সংকট মোচনত ব্যস্ত গৃহমন্ত্ৰী অমিত শ্বাহ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 7:46 pm

1 min read

BJP-and-JJP
276
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত তিনি কৃষি আইনে ক্ৰমশঃ চাপত পেলোৱা দেখা গৈছে শাসক তথা এনডিএৰ প্ৰধান দল বিজেপিক।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিছে।

ইয়াৰ পিছতে এনডিএৰ মিত্ৰ দল তথা ৰাজস্থানৰ বিজেপি মিত্ৰজোট চৰকাৰৰ মিত্ৰ দল লোকতান্ত্ৰিক জনতা দলে জোট এৰাৰ বাবে মুঠি বান্ধিছে বুলি খবৰ প্ৰকাশ পাইছে।

ইফালে হাৰিয়ানাত বিজেপিৰ মিত্ৰ দল জেজেপি-এ এনডিএৰ সংঘ এৰাৰ বাবে তৎপৰ হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষি আইন বিৰোধ কৰি ইতমিধ্য পঞ্জাৱৰ আকালি দলে এনডিএ ত্যাগ কৰিছিল।

ইয়াৰ পিছত জেজেপিয়ে এনডিএ এৰাৰ খবৰে শংকতি কৰি তুলিছে বিজেপিক।

এই সংকট মোচনৰ বাবে মংগলবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰৰ লগতে জেজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা উপমুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাৰ সৈতে আলোচনাত মিলিত হৈছে।

জানিব পৰা মতে এই আলোচনাত হাৰিয়ানা চৰকাৰৰ দুই দলৰে একাধিক মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিছিল।

আনহাতে উক্ত বৈঠকৰ পিছতে বিজেপি-জেজেপিৰ মিত্ৰতা ভংগ নহয় বুলি দাবী কৰিছে যদিও দুই দলৰ নেতৃত্বৰ অভিব্যক্তিয়ে কিছু অন্য ইংগিত দিয়া বুলি ৰাজৈনিতক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd