• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 6:10 pm

1 min read

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’
203
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত যোৱা দুমাহৰো অধিক কাল ধৰি দিল্লীৰ সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতি শীঘ্ৰে সমাপ্ত ঘটিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।

এই সন্দৰ্ভত কৃষি মন্ত্ৰী গৰাকীয়ে কয়, ‘কৃষি আইনৰ বিৰুদ্ধে সামান্য পৰিমানৰ কৃষকেহে প্ৰতিবাদ সাব্যস্ত কৰি আছে, অৱশ্যে তেওঁলোকৰ সংখ্যা অধিক নহয়, সেয়ে আমি আলোচনাৰ মাজেৰে সমাধান উলিওৱাৰ চেষ্টা চলাইছো। আৰু আমি এতিয়াও আশা কৰি আছো যে এই বিষয়টোৰ সমাধান ওলাব’।

ইফালে গণতন্ত্ৰ দিৱসৰ দিনটোত কৃষক সকলে উলিয়াবলগীয়া ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত মন্ত্ৰী টোমৰে কয় যে ২৬ জানুৱাৰিৰ বিপৰীতে বেলেগ এটা দিনত ৰেলীটো উলিয়াব পাৰিলে হয়, কিন্তু তেওঁলোকে ইয়াৰ ঘোষণা কৰিয়েই থৈছিল।

তেওঁ লগতে এই ৰেলীটো কোনো অঘটন নঘটাকৈ তথা শান্তিপূৰ্ণভাৱে যাতে হয় তাৰ বাবে কৃষকসকল আৰু আৰক্ষী প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে কৃষি আইন তিনিখন বাতিলৰ দাবীত অলৰ অচৰ কৃষক সকলে গণতন্ত্ৰ দিৱসৰ দিনা উলিয়াব লগীয়া ট্ৰেক্টৰ ৰেলীৰ বাবে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষকসকল দিল্লীত উপস্থিত হৈছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd