• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 8:42 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া প্ৰায় কেইবাটাও দিন ধৰি চচিয়েল মিডিয়াৰ বহুকেইখন প্লেটফৰ্মৰ যোগেদি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ উন্নয়ণত মোডী ডাঙৰীয়াৰ অৰিহনাক ধন্যবাদ জনাই চাকি জ্বলাই শুভেচ্ছা দিয়াৰ আহ্বান জনাইছিল । মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত গোলাঘাট জিলা সমিতিয়ে গোলাঘাটস্থিত শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই  প্ৰধানমন্ত্রীক শুভেচ্ছা জনোৱা লগতে দীৰ্ঘকালে শীতলীকৰণ ভঁৰালটো পুনৰ কাৰ্যক্ষম কৰিবলৈ জনাই অহা দীৰ্ঘদিনীয়া দাবীক পুনৰ বাৰ অভিনৱ ধৰণেৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিলে ।

এই সন্দৰ্ভত কৃষক নেতা গৰাকীয়ে কয় যে, আমি সকলোৱে জানো যে আমাৰ গোলাঘাটৰ প্ৰায় ৯০% লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত ।  কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ গৰিষ্ঠ সংখ্যকৰ ভূমিৰ পট্টা নাই, খেতি কৰিবলৈ জলসিঞ্চনৰ অভাৱ, সাৰৰ অভাৱ তথাপি কৃষকসকলে ধাৰ ঋণ কৰি হলেও বহু কষ্টৰ বিনিময়ত শস্য উৎপাদক কৰি আহিছে । প্ৰায় প্ৰত্যকে বছৰেই কম বেছি পৰিমাণে হাজাৰ কুইণ্টৰ ঘৰত বিলাহী, জলকীয়া আদি শস্য শীতলীকৰণ ভঁৰালৰ অভাৱত পেলাই দিব লগা হয় । ২০১০ চনতে প্ৰতিষ্ঠা এই শীতলীকৰণ ভঁৰালটো কেইটামান বছৰ চলোৱাৰ পাছত কৃষি বিভাগ, বিষয়া, চৰকাৰ ৰ অকমণ্যতাৰ বাবে তলা লগাই দিব লগা হোৱাৰ পাছত কৃষকসকলৰ মূৰে কপালে হাত দিব লগা অৱস্থা ।

Apply Now

এনে পৰিস্থিতি প্ৰায় শেষৰ বহু কেইটা বছৰত আমি বাৰম্বাৰ প্ৰশাসন, বিভাগীয় মন্ত্রীক পুনৰ শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰিবলৈ প্ৰচেষ্টা হাতত লবলৈ অনুৰোধ জনোৱাৰ পাছত আজিলৈ গা লৰাব নোৱাৰাত আজি প্ৰধানমন্ত্রী ডাঙৰীয়াৰ শুভ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ডাঙৰীয়াই জনোৱা আহ্বানৰ সুবিধাতে এই শীতলীকৰণ ভৱনৰ সমুখত চাকি জ্বলাই  পুনৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ এই ধৰণৰ প্ৰচেষ্টা হাতত লয় ।

নেতা গৰাকীৰ ভাষ্য, আমাৰ প্ৰতিবাদ, ৰাইজৰ প্ৰয়োজন আদি সহজে চকুত নপৰে  চৰকাৰৰ। কিন্তু আজি প্ৰধান মন্ত্ৰীক শুভেচ্ছা জনাই ক’ত ক’ত চাকি জ্বলাইছে নিশ্চয় চৰকাৰৰ মানুহে নিশা উজাগৰে থাকি ফেচবুক, টিভিত চাব। গতিকে চাকি চাওঁতে আমাৰ পৰিত্যক্ত শীতল ভঁৰাল টোতও কিজানি চকুত পৰে আশা কৰি তাতে এগছি বন্তি জ্বলাই শুভেচ্ছাটো দিলোঁ । দৃষ্টি পৰিলে কৃপা হ’ব কৃষকসকলৰ ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd