• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁও কৃষি বিভাগৰ ৩৬ কুইন্টল নহৰুৰ কঠিয়া বিতৰণত অনিয়মৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 2:32 pm
a gar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে বিভিন্ন অভিলাষী আচঁনি ৰূপায়ন কৰি আহিছে ।এই অভিলাষী আচঁনিৰ নামত কোটি কোটি টকা ব্যয় কৰি আহিছে !কিন্তু এই আচঁনি সমূহৰ সুফল প্ৰকৃত কৃষক সকলে পাইছে নে ,তাকেলৈ সৰ্বত্ৰে প্ৰশ্ন উথাপন হৈছে ।

কৃষক সকলৰ অভিযোগ মতে চৰকাৰৰ এই অভিলাষী আচঁনিৰ সুফল লাভ কৰিছে ছদ্মবেশী কৃষক সকলে ।শেহতীয়াকৈ মৰিগাঁও জিলা কৃষি বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী।

Apply Now

জিলাখনৰ লাহৰীঘাটত নহৰুৰ কঠিয়া প্ৰকৃত কৃষকৰ পৰিৱৰ্তে মধ্যভোগীৰ পাকঘৰত সোমাইছে ।

জানিব পৰা মতে , লাহৰীঘাটৰ তিনিটা কৃষি উন্নয়ন চক্ৰত কৃষকৰ বাবে ৩৬ কুইন্টল নহৰুৰ কঠিয়া কৃষি বিভাগে যোগান দিছে। ইয়াৰে প্ৰতিটো গাঁও পঞ্চায়তত এক কুইন্টল আৱন্টন দিয়াৰ লগতে তিনিটা কৃষি উন্নয়ন চক্ৰত আৰু ৪ কুইন্টল কৈ নহৰুৰ কঠিয়া আৱন্টন কৰি দিছে।
লাহৰীঘাটৰ তিনিটা কৃষি উন্নয়ন চক্ৰৰ বিষয়া কৰ্মচাৰী সকলে নহৰুৰ কঠিয়া প্ৰকৃত কৃষকৰ মাজত বিতৰণ নকৰি মধ্যভোগী আৰু ছদ্মবেশী কৃষকৰ হাতত তুলি দিছে।যি সময়ত বীজ ক্ৰয় কৰিবলৈ বান খহনীয়াত বিধ্বস্ত কৃষক সকলে ধনৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে ,সেই সময়ত চৰকাৰে কৃষকৰ বাবে বিনামূলীয়াকৈ যোগান দিয়া নহৰুৰ কঠিয়াই মধ্যভোগীৰ পাকঘৰ শুৱনি কৰিছে।

কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলে প্ৰকৃত কৃষকৰ লগত কোনো যোগাযোগ নাৰাখি পোনে পোনে নহৰুৰ কঠিয়া মধ্যভোগী দালালৰ হাতত তুলি দিছে।

মধ্যভোগী দালাল সকলে নহৰুৰ কঠিয়া বজাৰত বিক্ৰী কৰাৰ লগতে পাকঘৰত সোমাই ,ভূৱা বিতৰণৰ তালিকা প্ৰস্তত কৰি বিতৰণ কৰা বুলি দেখুৱাই আহিছে।

লাহৰীঘাটৰ প্ৰকৃত কৃষক সকলে কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰীক চিনি নাপায়!লাহৰীঘাটৰ বহু কেইগৰাকী প্ৰকৃত কৃষকক লগ ধৰাত জানিব দিয়ে নহৰুৰ কঠিয়া পোৱা দূৰৰ কথা চৰকাৰে যোগান দিয়া বুলি নামেই শুনা নাই।

কৃষক সকলে অভিযোগ কৰা মতে চৰকাৰে ৰূপায়ন কৰি থকা আচঁনি সমূহৰ সুফল কেৱল মধ্যভোগী দালাল সকলেহে লাভ কৰে আৰু প্ৰকৃত কৃষক সকল সদায় বঞ্চিত হৈ আহিছে।

শেহতীয়াকৈ কৃষি বিভাগে যোগান দিয়া বাদামৰ বীজো কৃষক সকলে পোৱা নাই বুলি অভিযোগ উঠিছে ।

এই দৰেই চলিছে মৰিগাঁও জিলাৰ কৃষি বিভাগ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd