DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৯ নৱেম্বৰৰ ট্ৰেক্টৰ ৰেলী বাতিল কৰিলে প্ৰতিবাদী কৃষকে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 27, 2021 4:15 pm
a farmers
168
VIEWS
Share on FacebookShare on Twitter

তিনিখনকৈ বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত অটল হৈ থকা প্ৰতিবাদী কৃষকসকলে অহা ২৯ নৱেম্বৰত ট্ৰেক্টৰ ৰেলীৰ আহ্বান জনাইছিল যদিও আজি সেই কাৰ্যসূচী প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে।

সংযুক্ত কৃষক মৰ্চাৰ শীৰ্ষ নেতৃত্বই এই কথা প্ৰকাশ কৰিছে।

কৃষক সংগঠনটোৰ নেতাসকলে এইবুলি প্ৰকাশ কৰিছে যে সংসদৰ শীতকালীন অধিৱেশনতে চৰকাৰে কৃষি আইন কেইখন বাতিলৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোক আশাবাদী ।

সেইবাবেই ২৯ নৱেম্বৰৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলী বাতিল কৰা হৈছে। উল্লেখ্য ২৬ জানুৱাৰীৰ দিনা কৃষকসকলে নতুন দিল্লীত উলিওৱা ট্ৰেক্টৰ ৰেলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব আৰু এই অধিৱেশনতে চৰকাৰে নূন্যতম সমৰ্থন মূল্য সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দাবী জনাইছে কৃষকসকলে।

প্ৰতিবাদী কৃষকসকলে লগতে লখিমপুৰ খেৰীৰ কৃষক হত্যাত জৰিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰাৰ উপৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে।

তদুপৰি প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে ৰে’ল বিভাগে দিয়া গোচৰ আদিও প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে কৃষকসকলে।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু নানক জয়ন্তীৰ দিনা তিনিও খন কৃষি বিধেয়ক বাতিল কৰিব বুলি ঘোষণা কৰিছিল।

কেন্দ্ৰীয় কেবিনেটেও অলপতে তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছিল।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd