• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাৰুক আব্দুল্লাৰ সংকট! ক্ৰিকেট কেলেংকাৰিৰ গোচৰত বহু কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 8:43 am
farooq-abdullah

ফাৰুক আব্দুল্লা।

201
VIEWS
Share on FacebookShare on Twitter

গৃহবন্দিত্বৰ পৰা মুক্তি হোৱাৰ পাছত পুনৰ এক নতুন বিপদে দেখা দিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী আব্দুল্লাৰ।

কাশ্মীৰত ক্ৰিকেট কেলেংকাৰিৰ গোচৰত আব্দুল্লাৰ প্ৰায় ১২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফ’ৰ্ছমেন্ট  ডিৰেক্টৰেট (ইডি)য়ে।

ফাৰুক আব্দুল্লাই ইডিৰ এই কাৰ্যক কেন্দ্ৰৰ প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰিছে। ফাৰুক আব্দুল্লাৰ পুত্ৰ আন এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই আদালতত ইয়াৰ মীমাংসা হ’ব বুলি সতৰ্ক কৰি দিছে।

২০০৬চনৰ পৰা ২০১২ চন পৰ্যন্ত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

ফাৰুক আব্দুল্লা সেই সময়ছোৱাত ক্ৰিকেট এছ’চিয়েশ্যনটোৰ সভাপতি আছিল। উক্ত সময়ছোৱাত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনে বিচিচিআইৰ পৰা ১০৯.৭৮কোটি টকা লাভ কৰিছিল।

ইমান বৃহৎ টকাৰ হিচাপত দুৰ্নীতিৰ উৎস বিচাৰিয়েই ইডিয়ে তদন্ত আৰম্ভ কৰে। ২০১৮চনত এই দুৰ্নীতিৰ সৈতে আব্দুল্লা পৰিয়ালৰ নাম জড়িত হৈ পৰে।

শনিবাৰে ইডিৰ বিষয়াসকলে বিত্তীয় বিসংগতিৰ গোচৰত ফাৰুক আব্দুল্লাৰ ১১.৮৬কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে।

বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছে তিনিটা আৱাস আৰু চাৰি টুকুৰা মাটিও আছে। ভাতিণ্ডি, সুনজৱান গাঁওত ফাৰুক আব্দুল্লা ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি হৈ থকা সময়ত বনাঞ্চলৰ ভূমি দখল কৰি আৱাস নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল।

তদুপৰি, ২৫কোটি টকা লেনদেনৰ ক্ষেত্ৰতো বৈধ নথি পোৱা নাই বুলি দাবী কৰা হৈছে।

আনহাতে, ফাৰুক আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইডিয়ে তেওঁলোকৰ কাম কৰিব আৰু মই মোৰ কাম কৰিম। এয়া তেওঁক বশ কৰাৰ ষড়যন্ত্ৰ বুলিও কেন্দ্ৰৰ বিৰুদ্ধে তেওঁ অভিযোগ কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd