• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 3:43 pm
116
VIEWS
Share on FacebookShare on Twitter

গোপন চৰকাৰী নথি বিচাৰি দেশখনৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফ বি আইয়ে পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী চলাইছে। বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগৰ নিৰ্দেশত এই তালাচী চলোৱা হয়।

ডেলাৱেৰৰ উইলমিংটনত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰ আৰু ৱাশ্বিংটনত থকা তেওঁৰ কাৰ্যালয়ত তালাচীৰ সময়ত কেইবাটাও নথিপত্ৰ পোৱা গৈছিল। বাৰাক অ’বামাৰ ৰাষ্ট্ৰপতি থকাৰ সময়ত উপ ৰাষ্ট্ৰপতি হিচাপে আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত জো বিডেনে কৰা কাৰ্যকলাপৰ নথিপত্ৰ সেই সময়ত উদ্ধাৰ কৰা হৈছিল।

তাৰপিছতে জো বিডেনক প্ৰশ্নৰ সন্মুখীন হয়। তদন্ত আৰম্ভ হয় আৰু বিডেনৰ আন ঘৰবোৰতো তালাচী আৰম্ভ কৰা হয়।

কিন্তু অভিযানৰ পিছত বিডেনে হয়তো বৰ্তমানৰ বাবে কিছু সকাহ পাইছে। কিয়নো  ডেলাৱেৰৰ ৰেহৰোথ অঞ্চলত থকা তেওঁৰ ঘৰত দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফবিআইৰ দ্বাৰা তালাচী চলোৱা হয় যদিও তাত একো পোৱা নগ’ল।

বিডেনৰ ব্যক্তিগত অধিবক্তা বব বাউৰে বুধবাৰে এক বিবৃতিত তালাচী চলোৱাৰ কথা সদৰী কৰে। অৱশ্যে, তালাচীৰ বিষয়ে এফবিআইৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই।

বব বাউৰে বিবৃতিটোত কয় যে বিডেনৰ ডেলাৱেৰৰ ঘৰত ৰাতিপুৱা ৮:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ চাৰে তিনি ঘণ্টা তালাচী চলোৱা হৈছিল। বিডেনৰ উকীলসকলে তালাচী অভিযানত সহায় কৰিছিল। বিডেনৰ ঘৰৰ পৰা এনে কোনো নথি পোৱা নগ’ল, যাক শ্ৰেণীবদ্ধ বা গোপনীয় বুলি কোৱা হৈছিল।

অৱশ্যে তদন্তকাৰী বিষয়াসকলে পুনৰীক্ষণৰ বাবে বিডেনে উপ-ৰাষ্ট্ৰপতি হৈ থাকোতে লিখা বহুখিন নথিপত্ৰ আৰু হাতেলিখা টোকা সংগ্ৰহ কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd