• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুৰিৰ ভয়! বিলাহী সুৰক্ষাৰ বাবে ফাৰ্মত চিচিটিভি কেমেৰা স্থাপন কৃষকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 9:00 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এতিয়া মূল্যৱান সামগ্ৰীৰ অন্যতম হৈ পৰিছে বিলাহী। আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰকোপত বিলাহী এতিয়া হৈ পৰিছে ৰাজকীয় খাদ্য। সেয়ে খাদ্যৰসিকৰ খাদ্যৰ তালিকাৰ পৰাও প্ৰায় বাদ পৰাৰ দৰেই হৈছে বিলাহী। 

বিলাহীৰ অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বাবে শেহতীয়াকৈ দেশত কেইবাটাও ঘটনাৰ খবৰ পোহৰলৈ আহিছিল। ক’ৰবাত যদি বিলাহীৰ চুৰি হৈছে, ক’ৰবাত বিলাহী সুৰক্ষাৰ বাবে নমাব লগা হৈছে গাৰ্ড। আকৌ ক’ৰবাত বিলাহীৰ বাবে সংসাৰেই ভাগিছে।

Apply Now

বিলাহীৰ বৰ্ধিত মূল্যৰ বাবে এইবাৰ মহাৰাষ্ট্ৰৰ এগৰাকী কৃষকে তেওঁৰ খেতিৰ বিলাহী যাতে চুৰি নহয়, তাৰ বাবে বিলাহী খেতি কৰা ফাৰ্মত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বাধ্য হৈছে।

শাৰদ ৰাউটে নামৰ খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, ঔৰংগাবাদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ শ্বাহপুৰ বঞ্জাৰত আছে তেওঁৰ বিলাহীৰ ফাৰ্ম। ফাৰ্মৰ পৰা ইতিপূৰ্বে চুৰি হোৱাৰ বাবে এতিয়া তেওঁ চিচিটিভি কেমেৰাৰ জৰিয়তে বিলাহীৰ খেতি সুৰক্ষিত কৰিব লগা হৈছে।

ৰাউটেই জানিবলৈ দিয়া মতে তেওঁৰ এই ফাৰ্মখন ৫ একৰ মাটি জুৰি বিস্তৃত হৈ আছে আৰু ইয়াৰে ১.৫ একৰ মাটিত তেওঁ বিলাহীৰ খেতি কৰিছে। এই খেতিৰ পৰা তেওঁ সহজেই ৬-৭ লাখ টকা উপাৰ্জনৰ আশা কৰিছে।

তেওঁ কয় যে, বিলাহী আজিৰ দিনত আটাইতকৈ বেছি চাহিদা থকা পাচলি আৰু সেয়ে কাৰোবাৰ হাতত এই চাহিদাপূৰ্ণ বিলাহী হেৰুওৱাৰ সামৰ্থ্য তেওঁৰ নাই। 

“প্ৰায় ১০ দিন পূৰ্বে গংগাপুৰ তালুকত মোৰ ফাৰ্মৰ পৰা ২০-২৫ কিলো বিলাহী চুৰি হৈছিল। এতিয়াও পকিবলগীয়া বাকী থকা বিলাহী সুৰক্ষিত কৰিবলৈ মই ২২ হাজাৰ টকা মূল্যৰ চিচিটিভি কেমেৰা স্থাপন কৰিছো।”– ৰাউটেই কয়।

নতুনকৈ স্থাপন কৰা এই চিচিটিভি কেমেৰা সৌৰশক্তি চালিত বাবে ইয়াৰ বিদ্যুৎ যোগানক লৈ চিন্তা কৰিব নালাগে বুলিও ৰাউটেই উল্লেখ কৰে। খেতিৰ বিলাহী সুৰক্ষিত আছে নে নাই, সেয়া এতিয়া যিকোনো স্থানৰ পৰাই মোবাইলত চাব পৰা হ’ব বুলি লগতে মন্তব্য কৰে ৰাউটেই।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?

লগতে পঢ়কঃ প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই 

লগতে পঢ়কঃ চুৰিদাৰ পৰিধান কৰি অহাৰ বাবেই অধ্যাপিকাৰ শ্ৰেণী বৰ্জন কলজীয়া শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd