DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

২৫ বছৰে এডাল সাপ পুহি ৰাখিলে শিৱ সেনাই! কি এই সাপ?— ক’লে উদ্ধৱ ঠাকৰেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2022 5:02 pm
Uddhav Thackeray on BJP
3.1k
VIEWS
Share on FacebookShare on Twitter

গাখীৰ খুৱাই সাপ পুঁহিছিল শিৱসেনাই। কিন্তু এতিয়া সেই সাপডালেই শিৱসেনাক খুঁটিবলৈ উদ্যত হৈছে। বিজেপিৰ প্ৰতি পুনৰ এইদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মুখৰ হৈ পৰিছে। বিজেপিক এডাল সাপৰ স’তে তুলনা কৰিছে ঠাকৰেই।

তেওঁ কয় যে যোৱা ২৫ বছৰ ধৰি এই সাপডালক তেওঁৰ দল শিৱসেনাই প্ৰতিপাল কৰি আহিছে। কিন্তু সেই সাপডালেই খোঁট মাৰিবলৈ উদ্যত হৈছে।

বিজেপিক এইদৰে তীক্ষ্ণ কটাক্ষ কৰি ঠাকৰেই কয় যে বিজেপিৰ দৰে এডাল সাপক কেনেদৰে মাৰিব পাৰি, সেয়া শিৱসেনাই ভালদৰেই জানে। মুম্বাইত অনুষ্ঠিত এখন ৰাজনৈতিক বৈঠকত ঠাকৰেই এই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ অহৰহ বিজেপিক কটাক্ষ কৰি আহিছে শিৱসেনাই। কিছুদিন পূৰ্বে ঠাকৰেই কৈছিল যে নিজকে হিন্দুৰ ৰক্ষাকাৰী বুলি দাবী কৰি আহিলেও প্ৰকৃততে বিজেপিৰ হিন্দুত্ববাদ ভুৱা! ক্ষমতাৰ বাবে কৰা বিজেপিৰ এয়া এখন নাটক।

ব্ৰিটিছে যিদৰে দেশবাসীৰ দাসত্ব জাপি দিছিল, তেনেধৰণে বিজেপিয়েও সেই পৰিৱেশ ঘূৰাই আনিব বিচাৰিছে! প্ৰকৃত হিন্দুৱে কেতিয়াও ইয়াক গ্ৰহণ কৰিব নোৱাৰে।

উল্লেখযোগ্য যে বিজেপিৰ দৰেই শিৱসেনাইও হিন্দুত্ববাদত বিশ্বাস কৰে। দলটোৰ প্ৰতিষ্ঠাপক বাল ঠাকৰেৰ আদৰ্শৰ বিষয়ে সকলো জ্ঞাত।

কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দলটোৱে বিজেপিৰ বিৰুদ্ধাচাৰণ কৰিবলৈ আৰম্ভ কৰে। ২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত দলটোৱে সম্পূৰ্ণ বিপৰীত আদৰ্শৰ এনচিপি আৰু কংগ্ৰেছৰ স’তে মিত্ৰতা কৰে।

বৰ্তমান দলটোৱে মোদী চৰকাৰৰ চৰম বিৰোধী হিচাপে নতুন পৰিচিতি লাভ কৰিছে।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd