• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সম্পৰ্কে পূৰ্বে প্ৰকাশিত অধিসূচনাত শুধৰণি নিৰ্বাচন আয়োগৰ

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , November 22, 2020 8:42 pm

2 min read

a Polls-P2-1551679587
1.7k
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ অধিসূচনাত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সমষ্টি সমূহত কিছু শুধৰণি কৰিছে ।

পূৰ্বৰ সমষ্টিৰ তালিকাৰ মতে ২ নং বৰংগনি (মুকলি) আছিল আৰু এতিয়া অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে । ৩ নং ভূৰবন্ধা পূৰ্বৰ মুকলিৰ সলনি এতিয়া অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ।

১০ নং তেতেলিয়া সমষ্টি মুকলিৰ সলনি এছ,টিৰ বাবে সংৰক্ষিত ৰখা হৈছে । ১৬ নং চলমাৰি সমষ্টি এছ,টিৰ ঠাইত মুকলি ৰখা হৈছে ।

১৭ নং ভুমুৰাগুৰি সমষ্টি মুকলিৰ সলনি এছ,টিৰ বাবে সংৰক্ষিত ৰখা হৈছে । ১৯ নং বৰছিলা সমষ্টিত মুকলিৰ সলনি এছ টিৰ বাবে সংৰক্ষিত ৰখা হৈছে ।

২০ নং বাৰপূজীয়া সমষ্টিত মুকলিৰ সলনি এছ টিৰ বাবে সংৰক্ষিত ৰখা হৈছে । ২৭ নং কাকি সমষ্টি এছ,টিৰ বাবে সংৰক্ষিত আসন মুকলি ৰখা হৈছে ।

২৮ নং লুতুমাৰি সমষ্টি এছ,টিৰ বাবে সংৰক্ষিত আসন এতিয়া মুকলি ৰখা হৈছে । ৩৫ নং আমপ্ৰি সমষ্টি এছ,টিৰ বাবে সংৰক্ষিত আসন এতিয়া মুকলি ৰখা হৈছে ।

৩৬ নং ফংআৰি সমষ্টিটোও এছ,টিৰ সলনি মুকলি ৰখা হৈছে ।

আনহাতে মনোনয়ন পত্ৰ দাখিল কৰা আৰু উঠাই লোৱাৰ তাৰিখ জাননী খনত কিছু সালসলনি কৰা হৈছে ।

সেই মতে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে ২৮-১১-২০২০(শনিবাৰ) পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ ।

মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ০১-১২-২০২০(মঙ্গলবাৰ) আবেলি ৩ বজালৈ । মনোনীত প্ৰাৰ্থীৰ  বৈধ্যতাৰ তালিকা ০১-১২-২০২০ ( মঙ্গলবাৰ) ।

মনোনয়ন পত্ৰ উঠাই লোৱাৰ তাৰিখ ০৩-১২-২০২০( বৃহস্পতিবাৰ) আবেলি ৩ বজালৈ । প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হব ০৩-১২-২০২০ ( বৃহস্পতি বাৰ) তাৰিখে ।ৰাজ্যিক নিৰ্চনী আয়ুক্ত অলক কুমাৰৰ স্বাক্ষৰিত এক প্ৰছ বিবৃতিত জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে ।

Recent News

মুকেশ আম্বানীৰ ঘৰৰ কাষত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ, নিয়াই ল’লে অনুসন্ধানৰ দায়িত্ব

মুকেশ আম্বানীৰ ঘৰৰ কাষত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ, নিয়াই ল’লে অনুসন্ধানৰ দায়িত্ব

WhatsApp Image 2020-12-10 at 12.25.50 PM

‘সংবাদ মাধ্যমেহে বিকৃত কৰিছে, অভিযুক্ত ধৰ্ষণকাৰীক বিয়া পাতিবলৈ কোৱা নাছিলো’, মুখ্য ন্যায়াধীশ বুবদে

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িষ্ণু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িষ্ণু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

a modi_ji_660_2503

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd