• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ! তিনি বছৰত বিজেপিশাসিত মধ্য প্ৰদেশত নিৰুদ্দিষ্ট ৩১ হাজাৰৰো অধিক মহিলা আৰু কিশোৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2024 12:57 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিনে এখন ৰাজ্যত গড়ে ২৮ গৰাকী মহিলা আৰু তিনিগৰাকী কিশোৰী নিৰুদ্দেশ হয়!  ‘বেটি বচাও, বেটি পঢ়াও’ বা ‘লাদলী বেহেনাৰ’ৰ দৰে প্রকল্পৰ আড়ম্বৰ যদি মুদ্ৰাৰ এটা কাষ হয়, তেন্তে আনফালে এই অংকবোৰে এক ভয়ংকৰ ছবি দেখুৱাইছে!

হিন্দী বলয়ৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম মধ্যপ্ৰদেশত বিগত তিনি বছৰত ৩১ হাজাৰ মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছে। কিন্তু এই তিনি বছৰত মাত্ৰ ৭২৪টা গোচৰহে ৰুজু হৈছে। এই পৰিসংখ্যা মধ্যপ্ৰদেশ বিধানসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।

২০০৩ চনৰ পৰা মধ্যপ্ৰদেশত চলি আছে বিজেপি চৰকাৰ। একেৰাহে ২১ বছৰ। বিগত বিধানসভা নিৰ্বাচনতো তাত বিজেপিয়ে জয়লাভ কৰিছিল। মধ্যপ্ৰদেশ বিধানসভাত কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন গৃহমন্ত্ৰী বালা বচ্চনে জানিব বিচাৰিছিল কিমান মহিলা নিৰুদ্দেশ হৈছে। এই পৰিসংখ্যাৰ প্ৰতি সঁহাৰি জনাই মধ্যপ্ৰদেশ চৰকাৰে বিধানসভাক অৱগত কৰে।

২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই ৩১ হাজাৰ মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ইয়াৰে কেৱল উজ্জয়িনত যোৱা ৩৪ মাহত নিৰুদ্দেশ হৈছে ৬৭৬ গৰাকী মহিলা। কিন্তু সেই সন্দৰ্ভত এটাও গোচৰ ৰুজু হোৱা নাই।

ইন্দোৰ চহৰতো এমাহত সন্ধানহীন হৈছে ৪৭৯ গৰাকী মহিলা। কিন্তু ১৫টা গোচৰহে দাখিল কৰা হৈছে। সাগৰ জিলাত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ২৩৮৪ জন। কিন্তু মাত্ৰ ২৪৫টা গোচৰহে দাখিল কৰা হৈছে।

শিৱৰাজ সিং চৌহান চাৰিবাৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাভলী লাডলী যোজনা, লাভলী বেহেনা যোজনা আদি আঁচনি আৰম্ভ কৰি মহিলাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে। কংগ্ৰেছ নেতা জিতু পাটোৱাৰীৰ মতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰ কিমান সংবেদনহীন এই ঘটনাই প্ৰমাণ কৰিছে। কিন্তু এই বিজেপিয়ে সমগ্ৰ দেশতে নাৰী সুৰক্ষাৰ নামত বক্তৃতা দি আছে!

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd