• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না পৰিস্থিতিৰ বাবে ফিফাই বাতিল কৰিলে ২০২১ৰ বিশ্বকাপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 12:43 pm

1 min read

b0251ec0-90d4-11e9-959b-8d240681d770

প্ৰতিনিধিত্বমূলক ফটো।

182
VIEWS
Share on FacebookShare on Twitter

বিশ্বত কৰ’না পৰিস্থিতিৰ উন্নতি নঘটাৰ বাবে এতিয়াও উদ্বিগ্নতা কমা নাই। বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফিফাই এনে পৰিস্থিতিত ২০২১ৰ ফুটবলৰ জুনিয়ৰ বিশ্বকাপ আয়োজন বাতিল কৰিছে।

১৭ বছৰৰ অনুৰ্দ্ধৰ আৰু ২০ বছৰ অনুৰ্দ্ধৰ ফুটবল বিশ্বকাপ বাতিলৰ কথা ঘোষণা কৰা হৈছে। ২০২১ৰ পৰিৱৰ্তে এই প্ৰতিযোগিতা ২০২৩ চনত অনুষ্ঠিত কৰা হ’ব।

ফিফা কাউন্সিল ব্যুৰোৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। সেইদৰে বিশ্বকাপ আয়োজক দেশ দুখনৰ নামো প্ৰকাশ কৰিছে ফিফাই।

অহা বছৰ ২০-অনুৰ্দ্ধৰ বিশ্বকাপ হোৱাৰ কথা আছিল ইন্দোনেশিয়াত। সেইদৰে ১৭-অনুৰ্দ্ধৰ বিশ্বকাপ আয়োজক দেশ আছিল পেৰু। ২০২৩চনতো এই দুখন দেশতে বিশ্কাপৰ আয়োজন কৰা হ’ব বুলি জানিব দিয়া হৈছে।

ফিফাই এক বিবৃতিত কয় যে আন্তৰ্জাতিক ক্ষেত্ৰত বৃহৎ প্ৰতিযোগিতা আয়োজনৰ দিশত কোভিড-১৯ এতিয়াও বৃহৎ প্ৰত্যাহ্বান হৈয়েই ৰৈছে। বৰ্তমানো আন্তৰ্জাতিক পৰ্যায়ত যাতায়তৰ ক্ষেত্ৰত বিভিন্ন দেশত নিষেধাজ্ঞা অটুট আছে।

আয়োজক দেশ আৰু সংশ্লিষ্ট কনফেডাৰেশ্যনৰ সৈতে ফিফাই নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছে। বিশ্বত কৰ’না পৰিস্থিতি এতিয়াও স্বাভাৱিক নোহোৱাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd