• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমুখ সমৰত চিতা আৰু ফেঁটী : অৱশেষত যুঁজত জিকিল কোন? জানিবলৈ চাওক 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2023 9:25 pm
9.8k
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত সাধাৰণত জংঘলৰ বহুতো ভিডিঅ’ দেখিবলৈ পাওঁ। বিভিন্ন জীৱ-জন্তুৰ বিৰল মুহূৰ্ত আমি সামাজিক মাধ্যমৰ জৰিয়তে পাই থাকোঁ। এনে বিশেষ দৃষ্টি আকৰ্ষণ কৰা ভিডিঅ’ ইণ্টাৰনেটৰ বাবেই আমাৰ দৃষ্টিগোচৰ হয়। এনে বিৰল ফুটেজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

নতুনকৈ ভাইৰেল হোৱা এই ক্লিপটোত এটা চিতা আৰু এটা বিশাল ৰজা ফেঁটী দেখা। দুয়োৰে মাজত লাগিছে প্ৰচণ্ড যুদ্ধ। 

মাত্ৰ কেইছেকেণ্ডৰ এটা ভিডিঅ’। কিন্তু তাৰ প্ৰতিটো চেকেণ্ডেই উত্তেজনাৰ ভৰা। কেইছেকেণ্ডমানৰ এই দৃশ্যই বহুতকে স্তম্ভিত কৰি তুলিছে। কাৰণ, এই ধৰণৰ ভিডিঅ’ সঘনাই দেখা নাযায়।

৬ অক্টোবৰত wildtrails.in নামৰ এটা পেজে ইনষ্টাগ্ৰামত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল । এই ভিডিঅ’টো প্ৰথমে এটা টিকটক হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল। পিছলৈ ই আন ছ’চিয়েল মিডিয়া পেজলৈও বিয়পি পৰে। অৱশ্যে ভিডিঅ’টো আজিৰ নহয়, বহু আগৰ।

চুটি ফুটেজটোত নাহৰফুটুকীটো গছৰ ডালত ওলমি থকা দেখা গৈছে। তলত এজোপা ভঙা গছত সাপ বহি আছে। প্ৰথমতে চিতাটোৱে সাপটোৰ ফালে কেইমুহূৰ্তমান চাই থাকিল, আৰু তাৰ পিছত তাৰ ওপৰত আক্ৰমণ কৰিলে। কিন্তু ফেঁটী সাপটো পিছুৱাই নগ’ল। বৰঞ্চ যুঁজিবলৈ আগবাঢ়ি যায়। কিন্তু অৱশেষত এই যুঁজখনত কোনে জয়লাভ কৰিলে সেয়া জনা নাযায়।

 

View this post on Instagram

 

A post shared by WildTrails.in (@wildtrails.in)

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd