• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত অনুষ্ঠিত হ’ব ২০২০’ৰ ‘ফিল্মফেয়াৰ এৱাৰ্ড’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2019 7:37 am

1 min read

pjimage-10-5

ফাইল ফটো

4.8k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে গুৱাহাটীত ‘ফিল্মফেয়াৰ এৱাৰ্ড’ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে।

বলীউদৰ অতি জনপ্ৰিয় আৰু সৰ্ববৃহৎ বঁটা প্ৰদানৰ অনুষ্ঠান হিচাপে বিবেচিত ‘ফিল্মফেয়াৰ এৱাৰ্ড’ৰ আয়োজন কৰিব ৰাজ্যৰ পৰ্যটন বিভাগে।

ট্যুৰ অপাৰেটৰ সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়ে সদৰী কৰে।

‘ফিল্মফেয়াৰ এৱাৰ্ড’ৰ বাবে টাইমছ গ্ৰুপে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত সঁহাৰি দিয়া বুলি জানিব পৰা গৈছে।

দেশৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ বলীউদৰ ছবিসমূহৰ শিল্পী, কলা-কুশলীসকলক আগবঢ়োৱা হয়।

অসমত এই বঁটা প্ৰদান অনুষ্ঠিত হ’লে দেশৰ চলচ্চিত্ৰ জগতৰ তাৰকা-মহাতাৰকাসকলৰ গুৱাহাটীত সমাৱেশ ঘটিব।

তদুপৰি, অনুষ্ঠানটোৱে অসম পৰ্যটনক বিশেষভাৱে উপকৃত কৰিব বুলি ভৱা হৈছে।

অসমক বিশ্বৰ পৰ্যটন মানচিত্ৰত বিশেষভাৱে পৰিচিত কৰি তোলাৰ পদক্ষেপৰ এক অংশ হিচাপে মুখ্য মন্ত্ৰী সোণোৱালে এই উদ্যোগ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে ৩০০ কোটি টকা আৱণ্টন দিয়াৰ কথা শনিবাৰে মুখ্য মন্ত্ৰীয়ে সদৰী কৰিছিল।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd