• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেট লৈ সংবাদ মাধ্যমৰ আগত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন; সলনি হ’ল পৰম্পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2019 12:31 pm
Union Budget 2019-20: Reactions

বাজেট দাখিলৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ফাইল ফটো : আজটকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰে পৰা সকলোৱে দেখি আহিছে যে যেতিয়াই দেশৰ বিত্ত মন্ত্ৰীয়ে বাজেট দাখিলৰ বাবে আহে, লগত লৈ আহে এটা ব্ৰীফকেছ। সেই ব্ৰীফকেছটোত বিত্ত মন্ত্ৰীয়ে বাজেটৰ সমস্ত লেখ-জোখ ভৰাই লৈ আনে। কিন্তু এইবাৰ সলনি হ’ল সেই পৰম্পৰা। বাজেটৰ পূৰ্বে ব্ৰীফকেছ হাতত লৈ ফটো উঠা পৰম্পৰাৰ অৱসান ঘটিল।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰথমবাৰৰ বাবে ছুটকেছ লোৱা পৰম্পৰা ভংগ কৰিলে। বিত্ত মন্ত্ৰীয়ে মন্ত্ৰালয়ত প্ৰৱেশ কৰিয়েই সকলোকে হতভম্ব কৰি তোলে।

Apply Now

প্ৰতিবাৰেই বিত্ত মন্ত্ৰীগৰাকীয়ে হাতত এটা ৰঙা ব্ৰীফকেছ লৈ আহে। সীতাৰমনে হাতত এখন ৰঙা মখমল কাপোৰেৰে বাজেটৰ কপিটো বান্ধি লৈ আহে। ৰঙা কাপোৰৰ ওপৰত আছিল ভাৰত ৰাষ্ট্ৰৰ চিহ্ন খোদিত আৰু ইয়াক ৰঙা-হালধীয়া ফিটা এডালেৰে বন্ধা আছিল।

home_070519101715
নিয়ম ভঙাৰ নিয়ম গঢ়িলে বিত্ত মন্ত্ৰীয়ে। ফটো : আজটকৰ সৌজন্যত

ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী যশোৱন্ত সিনহাই ফিটা লগোৱা চামৰাৰ বেগত আৰু প্ৰণৱ মুখাৰ্জীয়ে ৰঙা ভেলভেটৰ ছুটকেছত বাজেটৰ নথি পত্ৰ লৈ আহিছিল। ভাৰতত বাজেট আৰু বিত্ত মন্ত্ৰীৰ সৈতে ৰঙা ছুটকেছৰ সম্পৰ্কটো অংগাগীভাৱে জড়িত হৈ থকা বিষয়।

এই পৰম্পৰা আৰম্ভ হৈছিল ১৮৬০ চনত। তেতিয়াৰ পৰাই বিত্ত মন্ত্ৰীয়ে ৰঙা ৰঙৰ ছুটকেছ  প্ৰদৰ্শন কৰি আহিছে। ব্ৰিটেইনৰ ৰঙা গ্লেডষ্ট’ন বাজেট বক্স ২০১০ চনলৈকে প্ৰচলিত হৈ আছিল। ইয়াৰ পাছত ব্ৰিটেইনত ৰঙা ৰঙৰ চামৰাৰ বাকচ ব্যৱহাৰ হৈ আহিছে।

১৯৯৮-৯৯ চনৰ বাজেটৰ সময়ত তদানীত্বন বিত্ত মন্ত্ৰী যশোৱন্ত সিনহাই চামৰাৰ বেগত ফিটা বান্ধি বাজেট লগত লৈ আহিছিল।

পূৰ্বৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনত নিজৰ প্ৰসিদ্ধ বাজেট প্ৰদানৰ সময়ত আন এক ৰঙৰ বেগৰ প্ৰচলন কৰিছিল।

য়ুপিএৰ শাসনকালত বিত্ত মন্ত্ৰী থকা কালত প্ৰণৱ মুখাৰ্জীয়ে এটা ৰঙা ৰঙৰ বাকচৰ সৈতে সংসদত উপস্থিত হৈছিল। সেইটো ব্ৰিটেইনত ব্যৱহাৰ হোৱা বেগটোৰ দৰে দেখা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd