• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : তাই যাদুঘৰৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 18, 2020 6:49 pm
IMG-20201118-WA0011
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত অৱস্থিত তাই যাদুঘৰ পৰিদৰ্শন কৰে।

তাই যাদুঘৰৰ সাম্প্ৰতিক পৰিৱেশ তথা যাদুঘৰৰ ব্যৱস্থাপনাৰ বিশদভাৱে বুজ লৈ মন্ত্ৰী গৰাকীয়ে তাই যাদুঘৰক সময়োপযোগী হোৱাকৈ আধুনিকভাৱে আৰু আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ ঘোষণা কৰে।

Apply Now

তেওঁ প্ৰাৰম্ভিক অৱস্থাত যাদুঘৰটোৰ সম্প্ৰসাৰণ, দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে ৬০০ বছৰীয়া আহোম ৰাজশাসনৰ গৌৰৱোজ্জ্বল অধ্যায়ক পৰ্যটকৰ আগত তুলি ধৰাৰ ব্যৱস্থা, পৰ্যটকৰ কাৰণে সমল কেন্দ্ৰ তথা তাই যাদুঘৰৰ মাটিত শিশু উদ্যানকে ধৰি প্ৰণালীৱদ্ধ ব্যৱস্থাপনা গ্ৰহণৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ।

শিৱসাগৰ তথা উজনি অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সমলসমূহক সংৰক্ষণ কৰি পৰ্যটকৰ সন্মূখত তাই যাদু ঘৰৰ জৰিয়তে দাঙি ধৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

তাই যাদু ঘৰৰ সমস্যা সমাধানৰ লগতে যাদুঘৰক কেন্দ্ৰ কৰি গ্ৰহণ কৰা পৰিকল্পনা বাস্তৱায়িত কৰাৰ বিষয়ে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে তাই যাদুঘৰৰ ব্যৱস্থাপনা যথাৰীতি নিৰীক্ষণ কৰাৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈক এগৰাকী অতিৰিক্ত উপায়ুক্তক দায়িত্ব অৰ্পণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈ কিউৰেটৰ আৰু নেৰেটৰ দুটা পদ সৃষ্টি কৰাৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে। যাদুঘৰৰ বিদ্যুতৰ সমস্যা সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্রহণৰ বিষয়েও তেওঁ আশ্বাস প্ৰদান কৰে।

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনিতা সন্দিকৈ, সাংস্কৃতিক পৰিক্ৰমা, শিক্ষা, জনসংযোগ আদি বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত উপায়ুক্তদ্বয় বিদিত দাস আৰু দীপক ভূঞা, বিশিষ্ট সমাজ সেৱক ভবেন মহন, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰী আৰু ভালেসংখ্যক বিভাগীয় বিষয়া উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd