• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত কিয় ব্লক কৰা হ’ল ‘ককৰোচ জনতা পাৰ্টি’ৰ এক্স একাউণ্ট, জানক চৰকাৰে কি কাৰণ দৰ্শাইছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 9:52 am
3.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ছচিয়েল মিডিয়াত চৰ্চাত থকা ‘ককৰোচ জনতা পাৰ্টি’ৰ এক্স একাউণ্টটো অৱশেষত চৰকাৰে ব্লক কৰি দিছে। অৱশ্যে এই একাউণ্টটো ভাৰতৰ বাহিৰে আন আন দেশত এতিয়াও সক্ৰিয় হৈ আছে। বৃহস্পতিবাৰে সন্ধিয়ালৈকে এক্সত এই একাউণ্টটোৰ প্ৰায় দুই লাখ ফ’ল’ৱাৰ আছিল। সংবাদ মাধ্যমৰ আগত চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে চোৰাংচোৱা সংস্থা আই বিৰ পৰা এক বিশেষ ইনপুট পাইছিল। এই খবৰ অনুসৰি একাউণ্টটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। অভিযোগ উত্থাপন হৈছে যে এই একাউণ্টটোত এনে কিছুমান উত্তেজক কথা প’ষ্ট কৰা হৈছিল, যিবোৰ যুৱপ্ৰজন্মৰ মাজত অতি দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছিল আৰু ইয়াৰ ফলত আইন-শৃংখলা জনিত পৰিস্থিতি বেয়া হোৱাৰ আশংকা আছিল। সেয়েহে তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাৰ অধীনত চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধাৰাই কেন্দ্ৰীয় চৰকাৰক দেশৰ সুৰক্ষা, ৰাজহুৱা শৃংখলা আৰু অপৰাধমূলক সমল নিষিদ্ধ কৰাৰ অধিকাৰ দিয়ে।

আন এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে, যেতিয়া এই এক্স একাউণ্টটোৰ নব্বৈ হাজাৰ ফ’ল’ৱাৰ আছিল, তেতিয়াই চৰকাৰে ইয়াক ব্লক কৰাৰ নিৰ্দেশ দিছিল। এক্সত ব্লক কৰা হ’লেও একে নামৰ ইনষ্টাগ্ৰাম একাউণ্টটো ভাৰতত এতিয়াও চলি আছে। ইনষ্টাগ্ৰামত ইয়াৰ ফ’ল’ৱাৰৰ সংখ্যা ষোল্ল লাখতকৈয়ো অধিক আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত এই পেজটোৱে আনকি বিজেপিকো বহু পিছ পেলাইছে। অৱশ্যে বিষয়াসকলে জানিবলৈ দিছে যে অতি সোনকালেই এই ইনষ্টাগ্ৰাম একাউণ্টটোও ব্লক কৰাৰ প্ৰক্ৰিয়া চলি আছে।

Apply Now

একাউণ্টটো ব্লক হোৱাৰ পিছত ইয়াৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এটা ভিডিঅ’ মুকলি কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁলোকে আগতেই সন্দেহ কৰিছিল যে ভাৰতত তেওঁলোকৰ একাউণ্টটো বন্ধ কৰি দিয়া হ’ব। পুৰণি একাউণ্টটো ব্লক হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতেই তেওঁলোকে ৰাইজৰ সৈতে সংযুক্ত হৈ থাকিবলৈ ‘ককৰোচ ইজ বেক’ নামৰ আন এটা নতুন এক্স হেণ্ডেল আৰম্ভ কৰিছে। আনহাতে, এক্সৰ নীতি-নিয়ম অনুসৰি চৰকাৰী সংস্থাই কোনো বৈধ আইনী অনুৰোধ পঠিয়ালেহে তেওঁলোকে কোনো একাউণ্ট বা প’ষ্ট ব্লক কৰে। এনেধৰণৰ প্ৰতিবন্ধকতা কেৱল সেই নিৰ্দিষ্ট দেশখনৰ বাবেহে প্ৰযোজ্য হয়, য’ত আইনখন বলৱৎ হৈ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd